• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ, প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক

NE NOW NEWS এন ই নাও নিউজ
ডিমৌ , June 16, 2018 9:05 pm

1 min read

ডিমৌত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ, প্ৰথম কাৰ্যনিৰ্বাহক বৈঠক
76
VIEWS
Share on FacebookShare on Twitter

আজি ডিমৌ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱগঠিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।

ডিমৌৰ আলুন নগৰত অৱস্থিত এৰী সঁচ উৎপাদন পামত  অনুষ্ঠিত সভাখনিত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে প্ৰমোদ গোস্বামীয়ে। শপত গ্ৰহণ অনুষ্ঠানটিত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তথা শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা কৰ্মচাৰী পৰিষদৰ সভাপতি ফুলেশ্বৰ সন্দিকৈ, ডিমৌ আৰক্ষী থানাৰ পৰিদৰ্শক সঞ্জীৱ বৰুৱা, ডিমৌ এড়ী সঁচ পামৰ পৰিচালিকা পিংকী শইকীয়া, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দীনেশ কোঁৱৰ উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

ইয়াৰ পাছতে সভাৰ উদ্দেশ্য অনুসৰি নৱগঠিত পৰিষদখনিৰ আইন উপদেষ্টা আনন্দ ভৰলুৱাই পৰিষদৰ সদস্য-সদস্যাসকলক শপতবাক্য পাঠ কৰোৱায়।

 ইয়াৰ পিছতেই নৱগঠিত ডিমৌ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সভাপতি ৰঞ্জন বৰবৰুৱাৰ সভাপতিত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। বৈঠকত অহা ২৩ জুনত অনুষ্ঠিত হ’বলগীয়া শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ মধ্যকালিন বাৰ্ষিক অধিৱেশনলৈ প্ৰতিনিধি হিচাপে নৱগঠিত সমিতিৰ সভাপতি ৰঞ্জন বৰবৰুৱা, সম্পাদক শেখৰজ্যোতি দুৱৰীকে ধৰি মুঠ আঠজন সদস্য নিৰ্বাচিত কৰে।

সভাই  অনাগত সময়ত পৰিষদখনৰ সৈতে ৰাইজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সকলোৰে সহযোগিতা কামনা কৰি শেষত পৰিষদৰ সাংগঠনিক ভেটি সৱল কৰাৰ ক্ষেত্ৰত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd