DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত ১৭ মাৰ্চত কিশোৰী সমাৰোহ; উদ্বোধন কৰিব শিৱসাগৰৰ উপায়ুক্তই

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
March 13, 2018 11:25 pm
ডিমৌত ১৭ মাৰ্চত কিশোৰী সমাৰোহ; উদ্বোধন কৰিব শিৱসাগৰৰ উপায়ুক্তই
83
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ ডিমৌৰ আগশাৰীৰ বেচৰকাৰী সংস্থা চনাপুৰ সামাজিক উন্নয়ন সমিতিয়ে কিশোৰী সবলীকৰণ, কন্যা সন্তানৰ সুৰক্ষা আৰু সজাগতাৰ ওপৰত অহা ১৭ মাৰ্চ তাৰিখে দিনৰ দহ বজাৰ পৰা ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি কিশোৰী সমাৰোহ আয়োজন কৰিছে।

উক্ত সমাৰোহ উপলক্ষে “মোৰ পৃথিৱী, মোৰ অধিকাৰ” “কন্যা সন্তানৰ বৰ্তমান অৱস্থিতি আৰু স্থিতি” শীৰ্ষক বিষয়ৰ ওপৰত কিশোৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

সমাৰোহখন উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত পল্লব গোপাল ঝাই।

উক্ত দিনাই সমাৰোহত খনিৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা কিশোৰ কিশোৰী গোট আৰু ইউনিচেফৰ দ্বাৰা প্ৰকাশিত “মুক্ত আকাশ” প্ৰাচীৰ পত্ৰিকাখন ডিমৌ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, ডিমৌ আদৰ্শ চিকিৎসালয়  আৰু ডিমৌ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত শুভ উদ্বোধন কৰা হ’ব বুলি সংস্থাটোৰ সভাপতি সঞ্জয় প্ৰসাদ শ্বাহে জানিবলৈ দিছে।

Recent News

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd