DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌৰ লিখেন দত্তলৈ নাট‍্যশ্ৰী সন্মান থিয়েটাৰ মুভমেণ্টৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
February 16, 2018 7:57 am
মুভমেণ্ট
164
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় খ‍্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বণিয়াৰ পৃষ্ঠপোষকতাত আৰু প্ৰশান্তজিৎ চেতিয়াৰ একক প্ৰচেষ্টাৰে ১৯৯৫ চনত ডিমৌত প্ৰতিষ্ঠা হৈছিল এক্টিং একাডেমি।

জানিব পৰা মতে যোৱা ২৮ জানুৱাৰিৰ পৰা উৰিষ‍্যাৰ কটক চহৰত দেশৰ আগশাৰীৰ নাট‍্য সংগঠন থিয়েটাৰ মুভমেন্টে আয়োজন কৰা ৰাষ্ট্ৰীয় বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত ডিমৌৰ এক্টিং একাডেমিৰ দলে অংশগ্ৰহণ কৰি বহু কেইটা বিভাগত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰে।

ৰূপালী দত্তৰ পৰিচালনাৰে পৰিৱেশিত ছেমি ক্লাছিকেল নৃত্যৰ দলীয় শাখাত একাডেমিৰ দলটোৱে ৰাষ্ট্ৰীয় ভিত্তিত শ্ৰেষ্ঠ নৃত্য দলৰ সন্মান লাভ কৰে। আনহাতে ডিমৌ অঞ্চলৰ নাট‍্যকাৰ লিখেন দত্তৰ ৰচনা আৰু পৰিচালনাৰে পৰিৱেশিত  ‘এখন ধুনীয়া পৃথিৱীৰ প্ৰতীক্ষাত’ শীৰ্ষক নাটখনে তৃতীয় স্থান আৰু ধৰণী দত্তই ছেমি ক্লাছিকেল একক শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

 উক্ত অনুষ্ঠানতেই নিৰৱচ্ছিন্নভাৱে নাট‍্যকৰ্মৰ জৰিয়তে নিঃস্বাৰ্থ সেৱা আগৱঢ়াই অহা জ‍্যেষ্ঠ নাট‍্যকৰ্মী, পৰিচালক, নাট‍্যকাৰ লিখেন দত্তলৈ দেশৰ আগশাৰীৰ নাট‍্য সংগঠন থিয়েটাৰ মুভমেণ্টে আয়োজন কৰা বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাৰ তৰফৰ পৰা ডিমৌ এক্টিং একাডেমিৰ হৈ ৰাষ্ট্ৰীয় ভিত্তিত নাট‍্যশ্ৰী সন্মান প্ৰদান কৰে।

 ইয়াৰ আগতেও উক্ত নাট‍্যানুষ্ঠানটোৱে ২০০০ চনত এক্টিং একাডেমিৰ সঞ্চালক প্ৰশান্তজিৎ চেতিয়াক ৰাষ্ট্ৰীয় ভিত্তিত ‘বেষ্ট পাৰ্ছনেলিটী অৱ ইণ্ডিয়া’ আৰু ২০১৫ চনত সৰ্বভাৰতীয় ভিত্তিত নাট‍্যশ্ৰী সন্মান প্ৰদান কৰিছিল। থিয়েটাৰ মুভমেন্টে ডিমৌৰ জ‍্যেষ্ঠ নাট‍্যকাৰ লিখেন দত্তলৈ আগবঢ়োৱা নাট‍্যশ্ৰী সন্মানে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Recent News

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd