• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি ভোটাৰৰ নামত হাৰাশাস্তি : বিশ্বনাথ চাৰিআলিত আমছুৰ মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 23, 2018 6:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ কাম চলি থকাৰ মাজতে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ নামত একাংশ লোকক হাৰাশাস্তি কৰি অহা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন।
ফলত সীমান্ত আৰক্ষীৰ এনে কৰ্মৰাজিৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে আমছুৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ চাৰিআলি পুলিচ পইণ্টত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপিত ছাইফুদ্দিন আহমেদ। আমছুৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আমিল হক, সাধাৰণ সম্পাদক বাহাৰুল ইছলাম আৰু বিশ্বানাথ জিলা সমিতিৰ আন আন বিষয়া সকল।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায়, হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰৰ গৃহ বিভাগ হায় হায়, সীমান্ত আৰক্ষী হায় হায়, সীমান্ত আৰক্ষী মুৰ্দাবাদ, ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক, অসম চুক্তিৰ আধাৰত বিদে‌শী বহিষ্কাৰ কৰক, সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱা ষড়যন্ত্ৰ বন্ধ কৰক’ আদি শ্ল’গানেৰে বিশ্বনাথ জিলাৰ চাৰিআলি পুলিচ পইণ্টত পৰিবেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে লাখ লাখ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে অতি সুপৰিকল্পিত আৰু ষড়যন্ত্ৰমূলক ভাবে ডি-ভোটাৰ আৰু সন্দেহজনক নাগৰিকৰ নামত ৰুজু কৰা মিছা, ভুৱা গোচৰৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণে নির্বিচাৰে জাননী প্রেৰণ কৰি এই সকল ভাৰতীয় লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পেলোৱা ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমছুৱে অভিযোগ উত্থাপন কৰিছে।
মন কৰিব লগীয়া যে ৭-৮ বছৰীয়া লৰা-ছোৱালীকো সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ জাননী প্রেৰণ কৰিছে।
Apply Now
কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd