DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ গোৱালপাৰাত দেশৰ সৰ্বোচ্চ ক্ষমতাৰ স্বতন্ত্ৰৰীয়া ডিটেইনশ্যন কেম্প স্থাপনত অনুমোদন কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 10:35 pm
Foreigners-Tribunal-570x320
87
VIEWS
Share on FacebookShare on Twitter

অসমত উন্নীতকৰণ চলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা প্ৰকাশ কৰাৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে উচ্চ ক্ষমতাসম্পন্ন প্ৰথমটো স্বতন্তৰীয়া ডিটেনশ্যন কেম্প স্থাপনত অনুমোদন জনোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

সূত্ৰটো মতে, এই কেম্পটো এবছৰৰ ভিতৰত প্ৰায় ৪৬ কোটি টকা খৰচ কৰি গোৱালপাৰা জিলাত স্থাপন কৰা হ’ব।

এইটো প্ৰথমটো স্বতন্ত্ৰৰীয়া ডিটেনশ্যন কেম্প হ’ব, য’ত প্ৰায় ৩,৫০০ জনক আটক কৰি ৰাখিব পৰা যাব। অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব এল এছ চাংচনে এই কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে অসমত বৰ্তমান ৬টা ডিটেনশ্যন কেম্প আছে, যিবোৰ কাৰাগাৰ চৌহদত অৱস্থিত আৰু মুঠ ১০০০জন লোকক আটক কৰি ৰখাৰ সুবিধা আছে।

চাংচনে জনোৱামতে, এই নতুন স্বতন্ত্ৰৰীয়া ডিটেনশ্যন কেম্পটো কোনো কাৰাগাৰৰ সৈতে সংলগ্ন নোহোৱাৰ লগতে কিছুমান সুকীয়া বৈশিষ্ট্যযুক্ত হ’ব।

মন কৰিব লগীয়া যে এই গুৰুত্বপূৰ্ণ অগ্ৰগতিটো দেখা গৈছে অসমত বিদেশী-স্বদেশীক চিনাক্ত কৰাৰ বাবে নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল অসমত বৰ্তমান থকা ডিটেনশ্যন কেম্পকেইটাও বন্ধ কৰাৰহে দাবী উত্থাপন হৈ আহিছে বিভিন্ন পক্ষৰ পৰা।

আনহাতে ডি ভোটাৰৰ নামত বিভিন্নজনক এই ডিটেনশ্যন কেম্পবোৰত আবদ্ধ কৰি ৰখা তথা হাৰাশাস্তি কৰাৰো অভিযোগ নতুন নহয়। শেহতীয়াকৈ অধিক হাৰত ডি ভোটাৰ চিনাক্ত তথা ডিটেনশ্যন কেম্পলৈ স্থানান্তৰ কৰা হৈছে ৰাজ্যখনত, যিটো এটা মানৱীয় দৃষ্টিকোণৰ পৰা উদ্বেগৰ বিষয়।

বহু সংখ্যক এনে আটকাধীন লোক আইনী প্ৰক্ৰিয়াৰ সৈতে যুঁজ দিব পৰাকৈ শিক্ষিত নহয় বা আৰ্থিকভাৱে সক্ষম নহয়।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd