• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ডুবাইত উপলব্ধ হোৱাৰ পথত দেশৰ ভিতৰতে সুমিষ্ট ত্ৰিপুৰাৰ আনাৰস

পিনাকী দাস by পিনাকী দাস
April 20, 2018 4:00 pm
tripura pineapple
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ভিতৰতে সুমিষ্ট আনাৰস হিচাপে খ্যাতি লাভ কৰা ত্ৰিপুৰাৰ আনাৰস সুদূৰ ডুবাইৰ বজাৰত উপলব্ধ হ’ব বুলি ত্ৰিপুৰাৰ কৃষি, পৰিবহণ আৰু পৰ্যটন মন্ত্ৰী প্ৰাণজিত সিনহা ৰয়ে সদৰি কৰিছে।

তেওঁ আৰু কৈছে যে মধ্যপ্ৰাচ্যৰ এগৰাকী ব্যক্তিগত আমদানি কৰোঁতাই ত্ৰিপুৰাৰ আনাৰসৰ বাগিচাসমূহ ভ্ৰমণ কৰিছে আৰু দুটা চালান ইতিমধ্যে বুক কৰিছে।

Apply Now

মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে যে অদূৰ ভৱিষ্যতে দিল্লী, মুম্বাই আৰু অন্যন্য ৰাজ্যত ত্ৰিপুৰাৰ আনাৰসৰ চাহিদা আৰু বৃদ্ধি পাব।

তেওঁ জনাইছে যে আনাৰসৰ এখন নিশ্চিত বজাৰ লাভ কৰাৰ পাছত কৃষকসকলে আনাৰসৰ উপৰিও কমলা আৰু কঠাল আদি উদ্যানশস্যৰ প্ৰতি আগ্ৰহ দেখুৱাইছে।

মন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনৰ নতুন চৰকাৰে কৃষক শ্ৰেণীটোৰ বিকাশৰ বাবে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে আৰু ৰাজ্যখনৰ ঠায়ে ঠায়ে কৃষক বন্ধু কেন্দ্ৰ স্থাপন কৰিব।

এই কেন্দ্ৰসমূহত কৃষি বিষয়াসকলে কৃষকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হ’ব আৰু সমাধান কৰিব।

তেওঁ আৰু কয় যে কৃষকসকলৰ উন্নতি অবিহনে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়।

কৃষি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে যে এতিয়াৰ পৰা কৃষকসকলে চৰকাৰৰ সা-সুবিধাৰ বিষয়ে অৱগত হোৱাৰ বাবে কৃষি বিষয়াৰ কাৰ্যালয়লৈ তাঁত-বাতি কৰিবলগীয়া নহয়, কৃষি বিষয়াসকলে এতিয়াৰে পৰা কৃষকসকলৰ ওচৰলৈ গৈ উচ্চ গুণ বিশিষ্ট বীজ, সাৰ, কীটনাশক আৰু প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিব।

বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৱল্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাৰ কৃষকসকলৰ হিতৰ ওপৰত চকু ৰখাটো কৃষি বিষয়াসকলৰ দায়িত্ব।

মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে আনাৰস খণ্ডটোৰ সাম্প্ৰতিক স্থানভিত্তিক জ্ঞান লাভ কৰাৰ বাবে অলপতে কমলপুৰৰ কৃষকসকলক সাক্ষাৎ কৰিছে।

পূৰ্বৰ চৰকাৰৰ অবহেলাৰ বাবে আনাৰসৰ লগতে ৰবৰ কৃষিও ৰাজ্যখনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd