• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰ’ৰ বাবে নলবাৰীৰ শেৱালী চৌধুৰীলৈ ৰাষ্ট্ৰীয় সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 7:40 am
Amar-Gaon-701x525
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় অভিনেতা তথা টংলাৰ পৱিত্ৰ ৰাভাই চলাই অহা ব্যক্তিগত অনুষ্ঠান ‘দাপোন’ আৰু দাপোণৰ সদস্য-সদস্যাসকলক লৈ নলবাৰীৰ শেৱালী চৌধুৰী নামৰ এগৰাকী মহিলাই দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল এক ব্যতিক্ৰমী প্ৰয়াস।

পৱিত্ৰ ৰাভাৰ সেই দাপোণত জীৱন নিৰ্বাহ কৰা বাওনাসকলৰ জীৱন-ধাৰণ আৰু কৰ্মৰাজিক লৈ এক সৃষ্টিশীল কামত প্ৰায় এবছৰ আগৰে পৰা শেৱালী চৌধুৰীয়ে নিজকে নিয়োজিত কৰি ৰাখিছিল।

Apply Now

অৱশেষত স্বীকৃতি আহিল চৌধুৰীলৈ। দিল্লীত অনুষ্ঠিত হোৱা অষ্টম দাদাচাহেব ফাল্কে ফিল্ম ফেষ্টিভেল ২০১৮ত শেৱালী চৌধুৰী প্ৰযোজিত তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰ’এ লাভ কৰিবলৈ সক্ষম হয় জুৰিৰ মেনচন সন্মান।

উল্লেখ্য যে শেৱালী চৌধুৰী প্ৰযোজিত আৰু লুইত প্ৰডাকশ্যনৰ নিবেদিত তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰে’ দিল্লীত ৩০ এপ্ৰিলত অনুষ্ঠিত ফিল্ম ফেষ্টিভেল ২০১৮ লৈ আমণ্ট্ৰণ লাভ কৰিছিল।

choudhuri
শেৱালী চৌধুৰী

জনপ্ৰিয় হিন্দী ছবি টেংগো চাৰ্লিৰ দৰে চিনেমাত অভিনয় কৰা তথা বলিউড এৰি নিজ গাঁৱতে কিবা এটা কৰাৰ উদ্দেশ্যেৰে পৱিত্ৰ ৰাভাই সমাজৰ পৰা সদায় অৱহেলিত বাওনাসকলক লৈ এই দাপোণ আৰম্ভ কৰিছিল।

নলবাৰী চহৰৰ এল এন বি ৰোডৰ বাসিন্দা তথা প্ৰয়াত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ নাতিবোৱাৰী শেৱালী চৌধুৰীয়ে ৰাভাৰ এই কৰ্মৰাজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপেটত দাঙি ধৰাৰ লগতে বাওনাসকলৰ জীৱন-ধাৰণ তথা বাওনাসকল যে সমাজৰে অংগ সেই কথা প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল।

ব্ৰকেন স্পেকটাৰ নামৰ এই তথ্যচিত্ৰখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পৰিচালকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল ধিৰাজ কাশ্যপে।

প্ৰযোজিকা শেৱালী চৌধুৰী আৰু পৰিচালক অধিৰাজ কাশ্যপৰ এনে ব্যতিক্ৰমী চিন্তা, প্ৰয়াস আৰু সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নলবাৰীচহৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd