• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তামুলপুৰ-ভুটান পথত ভয়াৱহ পথ দুৰ্ঘটনা; দুজন নিহত

NE NOW NEWS দিপক কুমাৰ পাঠক
তামুলপুৰ , June 14, 2018 8:11 pm

1 min read

পথ দুৰ্ঘটনা

প্ৰতিনিধিত্বমূসক ছবি

69
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা প্ৰায় ৯ বজাত বাক্সা জিলাৰ কুমাৰীকাটা আৰক্ষী চকি অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভুটান পথত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়।

নিহত লোক দুজনক বগাজুলি বন সংমণ্ডলৰ অন্তৰ্গত সোণালীপাৰা গাঁৱৰ ৰথিন নাৰ্জাৰিৰ পুত্ৰ পুৰ্ণ নাৰ্জাৰি (২৫) আৰু হৰেন বসুমতাৰিৰ পুত্ৰ অৰ্জুণ বসুমতাৰি (২৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এ এছ-০১-বি কিউ-৩৯৫৮ নম্বৰৰ পাল্ছাৰ বাইকৰে দৰংমেলাৰ পৰা কুমাৰীকাটা অভিমুখে আহি থকা যুৱকদুজনে পানীটেংকি নামৰ ঠাইখিনি পাওঁতেই তেওঁলোকৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে।

উল্লেখযোগ্য যে দুৰ্ঘটনাৰ খবৰ পায়েই কুমাৰীকাটা আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনি ঘটনাস্থলীত উপস্থিত হয়, অৱশ্যে তেওঁলোকৰে এজনে ইতিমধ্যে প্ৰাণ হেৰুৱায়। আনহাতে আনজন যুৱকক স্থানীয় লোকৰ সহযোগত কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আজি যুৱক দুজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে, বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অত্যধিক বেগত অহাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ’ল বুলি সন্দেহ কৰিছে।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd