DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত বিধায়ক সঞ্জয় কিষাণৰ উদ্যোগত যক্ষ্মা ৰোগৰ সজাগতা অনুষ্ঠান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 25, 2018 5:57 pm
TB awareness program at Tinsukia
94
VIEWS
Share on FacebookShare on Twitter

চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল চোট টিংৰাইত বাৰিষাৰ প্ৰাকমূহূৰ্তত যক্ষ্মা ৰোগৰ প্ৰাদূৰ্ভাৱৰ পৰা হাত সাৰিবৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া বিধান সভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ উদ্যোগত আৰু ডিষ্ট্ৰিক হেল্থ ছ’চাইটিৰ সহযোগত আজি যক্ষ্মা ৰোগৰ এক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত কেইবাগৰাকীও জিলা স্বাস্থ্য বিষয়াই উপস্থিত লোকসকলক যক্ষ্মা ৰোগ সম্বন্ধে তথ্য আগবঢ়োৱাৰ লগতে যক্ষ্মা ৰোগৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু ৰোগাক্ৰান্ত হ’লে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত ৰাইজক  অৱগত কৰে।

অনুষ্ঠানটোত বিধায়ক কিষাণৰ লগতে মুখ্য অতিথি ৰূপে জুবিন গাৰ্গৰ সহধৰ্মীনি গৰীমা শইকীয়া গাৰ্গ, জিলা উপায়ুক্ত ঐনাম চৰন কুমাৰ সিং, অতিৰিক্ত উপায়ুক্ত পি পি বৈৰাগী,  এবিটাৰ মেডিকেল শাখা সমিতিৰ সঞ্চালক পূৰ্ণানন্দ খাওন্দ প্ৰমুখ্যে কেইবাজনো গণ্য মান্য লোক উপস্থিত আছিল।

বিশেষজ্ঞ সকলে উপস্থিত লোকসকলক যক্ষ্মা ৰোগৰ সৈতে জড়িত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা আঁতৰি আহি যক্ষ্মা হ’লে কোনোধৰণৰ ইতস্ততঃবোধ নকৰি যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ ওচৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Recent News

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd