DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত কিশোৰীক ব্লেকমেইলিং কৰা যুৱকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 11:25 am
cyber-crime-02-570x320

প্ৰতিনিধিত্বমূলক ফটো

131
VIEWS
Share on FacebookShare on Twitter

এগৰাকী কিশোৰীক ব্লেকমেইলিং কৰাৰ অভিযোগত এজন যুৱকক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আদিত্য সিং নামৰ ২২ বছৰীয়া যুৱকজনক দেওবাৰে নিশা আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ জিএনবি পথত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে সিঙে ঘটনাৰ বলি কিশোৰীগৰাকীৰ সৈতে ফেচবুকৰ জৰিয়তে বন্ধুত্ব গঢ়িছিল আৰু অভিযোগ অনুসৰি তাইৰ ফটো বিকৃত কৰি ব্লেকমেইলিং কৰিছিল।

‘’ ঘটনাৰ বলি হোৱা কিশোৰীগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে,’’-তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয়।

‘’ অভিযুক্তই ঘটনাৰ বলি কিশোৰীগৰাকীলৈ তাইৰ মোবাইলত কিছুমান অশ্লীল ফটো পঠিয়াই তাইক আত্মসমৰ্পন কৰিবলৈ চেষ্টা চলাই শৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল,’’ আৰক্ষী অধীক্ষক মহন্তই জনায়।

আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ ২৯২, ৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

‘’ আমি কেইটামান সামগ্ৰী জব্দ কৰিছো যদিও তদন্তৰ খাতিৰত সেইবোৰ প্ৰকাশ কৰিব নোৱাৰো,’’-এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয়।

‘’ দাখিল কৰা অভিযোগ পত্ৰত ভাতৃগৰাকীয়ে অভিযোগ কৰে যে অভিযুক্তই তেওঁৰ ভনীয়েকক আন কাৰোবাক ভাল পাব দিব নোৱাৰে বুলি ভাবুকি প্ৰদান কৰিছিল। সি ভাবুকি দিছিল যে তাই যদি তাৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়াহ’লে সি তাইৰ অশ্লীল ফটোসমূহ প্ৰকাশ কৰি তাইৰ পৰিয়ালৰ ভাবমূৰ্তি তথা সন্মান বিনষ্ট কৰিব,’’-বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Recent News

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd