• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি বছৰত মুঠ ১৭৭০ জন অবৈধ বাংলাদেশীক প্ৰত্যৰ্পণ : উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
April 16, 2018 4:59 pm
Illegal_Migrants
124
VIEWS
Share on FacebookShare on Twitter

বিগত তিনি বছৰত মুঠ ১৭৭০ জন অবৈধ বাংলাদেশীক বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰা হৈছে। চৰকাৰৰ দ্বাৰা প্ৰকাশিত এই তথ্যই প্ৰমাণ কৰিছে যে দেশত, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চললৈ বাংলাদেশীৰ অবৈধ প্ৰব্ৰজন ব্যাপক হাৰত এতিয়াও অব্যাহত আছে। তথ্যটোত প্ৰকাশ পোৱা মতে, কেৱল বাংলাদেশীয়েই নহয়, অবৈধভাৱে প্ৰৱেশ কৰা ৩৩০জন পাকিস্তানৰ নাগৰিককো প্ৰত্যৰ্পণ কৰা হৈছে এই সময়ছোৱাৰ ভিতৰত।
তাতকৈও আচৰিত কথাটো হ’ল এই অবৈধ প্ৰব্ৰজনকাৰীসকল গোপনে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বুলি চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

“যদিও এনেকুৱা অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যা উপলব্ধ নহয়, অবৈধ বিদেশী নাগৰিকে আইন ভংগ কৰা আৰু বে-আইনী কামকাজত জড়িত থকাৰ কিছুমান উদাহৰণ পোৱা গৈছে।” গৃহ দপ্তৰৰ এজন শীৰ্ষ বিষয়াই কয়।

কেন্দ্ৰীয় চৰকাৰে বিদেশী নাগৰিকক বিদেশী নাগৰিক আইন, ১৯৪৬ ৰ ধাৰা ৩ (২)(চি)অধীনত ঘূৰাই পঠাব পাৰে। বিদেশী নাগৰিকক চিনাক্ত কৰা আৰু ঘূৰাই পঠোৱাৰ এই ক্ষমতা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত অঞ্চল আৰু ব্যুৰো অব ইমিগ্ৰেইশ্যনকো একেখন আইনে দিছে।

“আইন বলৱৎকাৰী সংস্থাবোৰেও দেশখনত বিদেশী নাগৰিকৰ সক্ৰিয়তাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখে আৰু উপযুক্ত ব্যৱস্থা লয়।” বিষয়াজনে কয়।

মন কৰিব লগীয়া কথাটো হ’ল অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ চলি থকাৰ মাজতে অবৈধ নাগৰিক প্ৰত্যৰ্পণৰ এই খবৰে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd