DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

তুৰাত গজযাত্ৰা ফ্লেগ অফ অনুষ্ঠানত উপস্থিত ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ ব্ৰেণ্ড এম্বেছেডৰ দীয়া মিৰ্জা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2018 10:06 pm
DeSRTJGVQAA1OOR-225x300
86
VIEWS
Share on FacebookShare on Twitter

হাতী অহা-যোৱা কৰা পথ নিৰাপদ কৰাৰ সম্পৰ্কত জনসাধাৰণক সচেতন কৰাৰ উদ্দেশ্যে তুৰাত আৰম্ভ হৈছে গজ যাত্ৰা অভিযান। এই অভিযানত ক্ৰমে সংকুচিত হৈ অহা হাতীৰ বিচৰণ-ভূমিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ বাবে  বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

মে’ৰ ২৮ তাৰিখ সোমবাৰে মেঘালয় চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ সহযোগিতাত তুৰাৰ ছ’চিয়েল মবিলাইজেশ্যন এক্সপেৰিমেণ্টেশ্যন এণ্ড লাৰ্নিং চেণ্টাৰত অভিযানটো আৰম্ভ কৰা হয়।

মেঘালয় চৰকাৰৰ গৃহ, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জেমছ পি কে চাংমা আৰু দক্ষিণ তুৰাৰ বিধায়িকা আগাথা চাংমা, কাৰ্যবাহী সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া মি: বিবেক মেনন আৰু ভাৰতীয় বন্যজীৱ ন্যাসৰ (WTI) ব্ৰেণ্ড এম্বেছেডৰ দীয়া মিৰ্জাৰ উপস্থিতিত উপস্থিতিত তুৰাত এই অভিযানৰ ফ্লেগ অফ কৰা হয়।

আজি আবেলি ৩-৩০ বজাত ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ ব্ৰেণ্ড এম্বেছেডৰ বলীউড অভিনেত্ৰী দীয়া মিৰ্জা উপস্থিত থাকে। গজযাত্ৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত ব্যক্তিসকলৰ আগত ভাষণ ৰাখে মেঘালয়ৰ বন বিভাগৰ পি চি চি এফ আৰু এইচ্ছ অ’ এফ এফ চি পি মাৰাকে।

উদ্বোধনী অনুষ্ঠানত ছেইণ্ট জেভিয়াৰ স্কুলৰ শিক্ষাৰ্থীসকলে পৃথিৱীৰ ৰক্ষা কেনেকৈ কৰিব লাগিব উক্ত বিষয়বস্তুৰ ওপৰত যুগুতোৱা এটা গীত পৰিৱেশন কৰে।

১৮ মাহ ধৰি চলা এই অভিযানটো ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল।১৮ মাহজোৰা এই অভিযানটোত ভাৰতৰ ১৩খন ৰাজ্যক সামৰি লোৱা হৈছে। এই অভিযানত সংশ্লিষ্ট ৰাজ্যসমূহৰ স্থানীয় সংস্কৃতি, কলা আদি প্ৰদৰ্শনৰ মাজেৰে হাতীৰ বাসভূমিৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে গণমত গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।

প্ৰাণীৰ কল্যাণৰ হ’কে আন্তঃজাতিক নিধি (IFAW) আৰু ভাৰতীয় বন্যপ্ৰাণী ন্যাসে যুটীয়াকৈ ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ এই বনৰীয়া হাতী সচেতনতা কাৰ্যসূচীটো ৰূপায়ণ কৰিছে।

Recent News

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

এলোৰ্ডা কাপত ৰূপৰ পদক অৰ্জন অসমৰ তাৰকা বক্সাৰ যমুনা বড়োৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd