• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

তুৰাত জনপ্ৰতিনিধি আৰু সাংবাদিকক সন্মুখত লৈ ভিভিপিএটিৰ পৰীক্ষামূলক প্ৰদৰ্শন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোটাৰক সচেতন কৰিবৰ বাবে পশ্চিম গাৰো পাহাৰ জিলাৰ প্ৰশাসনে তুৰাত ভিভিপিএটিৰ (VVPAT) এটা পৰীক্ষামূলক প্ৰদৰ্শনী অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানটোত ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত আছিল। এই পৰীক্ষামূলক প্ৰদৰ্শনীটোৰ আঁত ধৰে জিলাখনৰ উপায়ুক্ত ৰাম সিঙে। ‘আটাইবোৰ ভোটকেন্দ্ৰতে ভিভিপিএটি (VVPAT)ৰ ব্যৱহাৰ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ভোটাৰে তেওঁলোকে প্ৰদান কৰা ভোটৰ সংক্ষিপ্ত বিৱৰণ দেখা পাব।’ উপায়ুক্ত ৰাম সিঙে কয়। তেওঁ জনায় যে জিলাখনৰ ৪৭৩ টা ভোটকেন্দ্ৰৰ আটাইকেইটাতে ভিভিপিএটিৰ (VVPAT) ব্যৱহাৰ হ’ব।

উল্লেখযোগ্য যে মেঘালয়ত পোনপ্ৰথম বাৰৰ বাবে এই ভিভিপিএটি (VVPAT) ৰ ব্যৱহাৰ হ’ব। এই VVPAT ৰ জৰিয়তে ভোটাৰ এজনে ভোটিং মেচিনত তেওঁৰ ভোটটো দিয়াৰ পিছত নিজৰ ক্ৰমিক নম্বৰ, নাম আৰু যাক ভোট দিছে সেই প্ৰাৰ্থী বা তেওঁৰ দলৰ প্ৰতীকৰ বিৱৰণ ভিভিপিএটি মেচিনৰ স্ক্ৰীনত দেখা পাব আৰু লগতে একেখিনি তথ্য ছপা কৰা এটুকুৰা কাগজ পাব। এই বেলট শ্লিপ সাত ছেকেণ্ডৰ বাবে দৃশ্যমান হৈ থাকিব আৰু তাৰ পিছত ছিগি প্ৰিণ্টাৰৰ ড্ৰ’প বক্সত জমা হৈ যাব।

Apply Now

আজিৰ এই পৰীক্ষামূলক প্ৰদৰ্শনী সভাখনত বিভিন্ন ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিৰ লগতে সংবাদ মাধ্যমৰ লোকো উপস্থিত আছিল। জনপ্ৰতিনিধিসকলে ভিভিপিএটি মেচিনবোৰত নিজৰ ভোট প্ৰদানৰ অনুশীলনমূলক প্ৰয়াস কৰি চায়।

আনহাতে উপায়ুক্ত সিঙে ছ’চিয়েল মিডিয়াত ই ভি এম বোৰ সন্দৰ্ভত বিৰূপ প্ৰচাৰ তথা চৰ্চা হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সজাগতামূলক অনুশীলন কৰা হৈছে। ‘এই পৰীক্ষামূলক প্ৰদৰ্শনী ৰাজনৈতিক দলবোৰ আৰু গাওঁৰ ভালেসংখ্যক ভোটাৰৰ আগত কৰা হৈছে এই বাবেই যে ই ভোটাৰসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু ভুল ধাৰণা আঁতৰাব।’ উপায়ুক্ত সিঙে কয়।

VVPAT ৰ এই পৰীক্ষামূলক প্ৰদৰ্শন কাৰ্য্যসূচীত উপস্থিত থকা প্ৰতিনিধিসকলৰ মাজত আছে কংগ্ৰেছৰ গ্ৰীথেলচন এৰেঙ, এন পি পিৰ মেথিয়াছ মাৰাক, গাৰো নেশ্যনেল কাউন্সিলক প্ৰতিনিধিত্ব কৰা আগষ্টাইন মাৰাক।

মই ভিভিপিএটিৰ পৰীক্ষামূলক প্ৰদৰ্শনীত ভাগ লৈ বেচ সন্তোষ পাইছো। মোৰ দ্বাৰা দিয়া ভোট আৰু বেলট শ্লিপৰ তথ্য একেই ওলাইছে। ই ভোটাৰৰ সন্দেহ দূৰ কৰিব।’ এইদৰে কয় গ্ৰীথেলচন এৰেঙে। এন পি পি তথা জি এন চিৰ প্ৰতিনিধি দুজনেও প্ৰক্ৰিয়াটোত নিজৰ সন্তুষ্টি ব্যক্ত কৰে।

আনহাতে পশ্চিম গাৰোপাহাৰ জিলাৰ উপায়ুক্তজনে সকলো চৰকাৰী বিষয়াকে সমাগত নিৰ্বাচন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্য্যসূচীত নিশ্চিত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd