• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰত গৃহৰক্ষী জোৱানৰ দ্বাৰা নাবালিকাক যৌন নিৰ্যাতন

NE NOW NEWS প্ৰণৱ কুমাৰ দাস
তেজপুৰ , April 24, 2018 8:46 pm

1 min read

651212-rape-3-266x200
147
VIEWS
Share on FacebookShare on Twitter

তেজপুৰৰ গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ শিবিৰত  এজন হাবিলদাৰে এগৰাকী নাবালিকাক যৌন আতিশায্য চলোৱাৰ তথ্য অলপতে পোহৰলৈ আহিছে। জানিব পৰা মতে শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাৰুৱাস্থিত গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰটোত গৃহৰক্ষী বাহিনীৰ হাবিলদাৰ প্ৰায় ৫৯ বছৰীয়া বিপিন বৈশ্যই তেওঁৰেই সহকৰ্মী বাহাৰুল ইছলামৰ নাবালিকা কন্যাজনীক পুৱা প্ৰায় ৭.৩০ বজাত যৌন নিৰ্যাতন চলোৱাৰ প্ৰচেষ্টা চলায়। অভিযুক্ত বিপিন বৈশ্যৰ ঘৰ নলবাৰী জিলাৰ বেলশৰৰ জাগমা গাঁওত।

তেজপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কৈছে যে নাবালিকাজনীৰ পৰিয়ালৰ সদস্যই তেজপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বিপিন বৈশ্যৰ বিৰুদ্ধে ২৪/০৪/২০১৮ তাৰিখৰ ৮১৮/১৮ নং গোচৰৰ বিপৰীতে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (POCSO) আইনৰ ধাৰা ৮/১০ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।অতিৰিক্ত আৰক্ষী অধীক্ষক মাহাত্তাই কৈছে যে অভিযুক্তই নাবালিকাগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল।

আজি আবেলি তেজপুৰৰ আদালতত হাজিৰ কৰোৱাৰ অভিযুক্ত বিপিন বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd