• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেজপুৰ বিশ্ববিঃৰ অধ্যাপক আশিস মুখাৰ্জীলৈ সাপৰ বিষ সম্পৰ্কীয় গৱেষণাৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 8:29 pm
tezpur University professor ashis mukherjee
128
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয় ( Tezpur University )ৰ অধ্যাপক আশিস কুমাৰ মুখাৰ্জীক সাপৰ বিষৰ কোষীয় জটিলতা সম্পৰ্কে কৰা গৱেষণাৰ বাবে আজি ২ মে’ত ‘ভিজিটৰ্ছ বঁটা’ৰে সন্মানিত কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতি ভৱনত আজি হোৱা দেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য্যসকলৰ এদিনীয়া বৈঠকত কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ‘ভিজিটৰ’ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে।

গৱেষণা (মৌলিক আৰু প্ৰায়োগিক বিজ্ঞান)ৰ বাবে ২০১৮ বৰ্ষৰ সন্মানীয় ভিজিটৰ্ছ বঁটাৰ বাবে যুটীয়াভাৱে নিৰ্বাচিত হৈছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ মলিক্যুলাৰ বায়’লজি আৰু বায়’টে’কনলজি বিভাগৰ অধ্যাপক আশিস কুমাৰ মুখাৰ্জী।

কলিকতা বিশ্ববিদ্যালয়েও কিছুদিন পূৰ্বে সৰ্বোচ্চ বিদ্যায়তনিক উপাধি ডি এচ চিৰে তেওঁক সন্মানিত কৰিছিল।

অধ্যাপক মুখাৰ্জী তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু বিকাশ বিভাগৰ ডীন।

তাৰোপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ DBT Nodal Centre for Medical Colleges and Biomedical Research Institute of North-East India (Unit of DBT, Govt of India)ৰো তেওঁ মুৰব্বী তথা সমন্বয়ক।

মুখাৰ্জী এমেৰিকাৰ নৰ্ডাৰ্ন কলৰাড’ বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd