• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ত্রিপুৰাৰ দুৰ্গম গ্ৰামাঞ্চলত আছাম ৰাইফলছৰ মেলেৰিয়া প্ৰতিৰোধী কৰ্মশালা সম্পন্ন

NE NOW NEWS এন ই নাও
আগৰতলা , March 1, 2018 11:32 am

1 min read

Rifles
79
VIEWS
Share on FacebookShare on Twitter

সামাজিক কল্যানমূলক আঁচনিৰ অংশ হিচাপে ত্ৰিপুৰাৰ থেলাকুম নামৰ এখন দুৰ্গম গাঁৱত বুধবাৰে আছাম ৰাইফলছে  এখন মেলেৰিয়া প্ৰতিৰোধী কৰ্মশালা অনুষ্ঠিত কৰে।

আছাম ৰাইফলছৰ ২১ ছেক্টৰৰ উদ্যোগত মেলেৰিয়া সন্দৰ্ভত গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধিৰ উদ্দ্যেশ্য উক্ত কৰ্মশালা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে কৰ্মশালাখনত মেলেৰিয়া বিয়পাৰ কাৰণ তথা ইয়াৰ সহজ সমাধানৰ উপায় সমূহৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে জোৱান সকলে।

কৰ্মশালাখনত মহিলা, শিশু আৰু যুৱক-যুৱতী সহ প্ৰায় ১৩০ গৰাকী লোকে অংশ্ৰগ্ৰহণ কৰে বুলি এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে আছাম ৰাইফলছে।

উল্লেখ্য যে ত্ৰিপুৰাত প্ৰতি বছৰে বহু লোক মেলেৰিয়াত আক্ৰান্ত হয়। বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত অঞ্চলটোত ৰোগবিধে মাৰাত্মক ৰূপ ধাৰণ কৰে।

সেয়েহে ৰোগবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে আছাম ৰাইফলছে গ্ৰহণ কৰা উদ্যোগৰ শলাগ লৈছে গাঁওবাসীয়ে।

আনহাতে উদয়পুৰত এই উপলক্ষে বুধবাৰে এখন প্ৰীতি ফুটবল মেচৰো আয়োজন কৰে আছাম ৰাইফলছে।

গোমতী জিলা যুৱ সংস্থা-স্প’ৰ্টছ ক্লাব আৰু আছাম ৰাইফলছৰ জোৱান সকলৰ মাজত অনুষ্ঠিত প্ৰীতি মেচখনত বহু সংখ্যক দৰ্শক উপস্থিত থাকে।

উল্লেখ্য যে স্থানীয় প্ৰতিভা সমূহক উৎসাহিত কৰিবলৈ এনে ধৰণৰ মেচ খেলাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি মত প্ৰকাশ কৰে কেইবাগৰাকীও সেনা জোৱানে।

 

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপি মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd