DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থকৰ মাজত মাৰপিট সংঘটিত

পান্না ঘোষ by পান্না ঘোষ
February 21, 2018 10:30 pm
dharmanagar

প্ৰতিনিধিত্বমূলক ছবি

231
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ধৰ্মনগৰ ডিগ্ৰি কলেজত এছ এফ আই আৰু এ বি ভি পিৰ সমৰ্থক সকলৰ মাজত আজি সংঘটিত এক মাৰপিটৰ ঘটনাত এগৰাকী ছোৱালীকে ধৰি ৫ গৰাকী আহত হয়।

প্ৰাপ্ত তথ্য মতে এছ এফ আইৰ সমৰ্থকসকলে এ বি ভি পিৰ কৰ্মীসকলক মাতি আনি যদি তেওঁলোকে শিষ্টাচাৰত নাথাকে তেন্তে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি ভাবুকি দিয়াক লৈয়ে দুয়োটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

পিছত এ বি ভি পিৰ সমৰ্থক সকলে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক ঘটনাটোকলৈ অভিযোগ দাখিল কৰে যদিও অধ্যক্ষ গৰাকীয়ে তেওঁলোকক ফোঁপোলা আশ্বাস প্ৰদান কৰে বুলি অভিযোগ কৰে।

কাজিয়াখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যোৱাৰ ফলত এ বি ভি পিৰ সমৰ্থক কেইজন গুৰুতৰভাৱে আহত হয়। আঘাটপ্ৰাপ্ত দুজনক বিকি দেবনাথ আৰু প্ৰসেজিত দত্ত বুলি চিনাক্ত কৰা হৈছে।
অৱশ্যে ধৰ্মনগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিক নিয়ন্ত্ৰণলৈ আনে।
আহত সকলক পিছত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এ বি ভি পিয়ে উক্ত ঘটনাটোত মহাবিদ্যলয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক জড়িত থকাৰ অভিযোগ তুলিছে। দুয়োগৰাকীয়ে এছ এফ আইৰ সদস্য।
আনহাতে এছ এফ আইয়ে তেওঁলোকৰ বিৰুদ্ধে এ বি ভি পিয়ে অনা অভিযোগ অস্বীকাৰ কৰিছে।
উক্ত ঘটনাটোক গৰিহণা জনাই এ বি ভি পি আৰু এছ এফ আইয়ে প্ৰতিবাদী ৰেলী বাহিৰ কৰে। ঘটনাটোৱে স্থানীয় লোকসকলৰ মাজত যথেষ্ট বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

HSLC result HS result

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd