• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ : দুজনক আটক

NE NOW NEWS পান্না ঘোষ
ধৰ্মনগৰ , May 21, 2018 4:47 pm

1 min read

cannabis seized
62
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত আজি আৰক্ষীয়ে চলোৱা দুটা পৃথক অভিযানত কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰথমটো ঘটনাত পশ্চিম ত্ৰিপুৰা জিলাৰ টেলিমৌৰাত আৰক্ষীয়ে এক অভিযান চলাই ৩৫ বেগ গাঞ্জা জব্দ কৰে।

জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য ৫ লাখ টকাতকৈ অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত টেলিমৌৰাৰ মহকুমা আৰক্ষী বিক্ষয়া তপন দাসে এক আকস্মিক অভিযান চলাই এখন ব’লেৰ গাড়ীৰ পৰা ৩৫ বেগ গাঞ্জা জব্দ কৰে।

আনহাতে আনটো অভিযানত উত্তৰ ত্ৰিপুৰা জিলাৰ পানীসাগৰত পানীসাগৰৰ মহকুমা আৰক্ষী বিষয়া ৰাজীব সুত্ৰধাৰৰ নেতৃত্বত যোৱা এটা দলে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ১০ চকীয়া গাড়ীৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰে। গাঞ্জাখিনিৰ মূল্য ৭০ লাখ হ’ব বুলি জানিব পৰা গৈছে।

এই সংক্ৰান্তত এতিয়ালৈকে দুজন লোকক আটক কৰা হৈছে। আটকাধিন লোকদুজনক দিপু কুমাৰ আৰু সুৰজ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য ত্ৰিপুৰাত বৰ্তমান গাঞ্জাৰ চোৰাং ব্যৱসায় দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে।

Recent News

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd