• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ত্ৰিপুৰাত তিনি সতীৰ্থক গুলীয়াই বিএছএফ জোৱানৰ আত্মহত্যাক লৈ চাঞ্চল্য

NE NOW NEWS পান্না ঘোষ
কৈলাসাহৰ , May 6, 2018 3:07 pm

1 min read

b-570x320.jpg
61
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে দোভাগ নিশা ত্ৰিপুৰাত এজন বিএছএফ জোৱানে নিজৰ ছাৰ্ভিছ মাৰাণাস্ত্ৰৰে তেওঁৰ তিনিগৰাকী সতীৰ্থক গুলীয়াই হত্যা কৰাৰ পাছত নিজেও আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ উনাকোটি জিলাৰ মাগুৰুলিত থকা সীমান্ত আৰক্ষী চকীত।

দেওবাৰে নিশা প্ৰায় ১২.৩০বজাত সংঘটিত ঘটনাটোক লৈ ইতিমধ্যে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।

ঘটনাৰ বিৱৰণী মতে ২৮ বছৰীয়া শিশু পাল নামৰ জোৱানজনে আৰক্ষী চকীত প্ৰথমতে ৪৫ বছৰীয়া হেড কনিষ্টবল বিজয় কুমাৰক মূৰত গুলীয়াই হত্যা কৰে। তাৰ পাছতে তেওঁ প্ৰৱেশদ্বাৰত কৰ্তব্যৰত এগৰাকী কনিষ্টবলক লক্ষ্য কৰি গুলীচালনা কৰে।

ইয়াৰ পাছত শিশু পালে কৰ্তব্যত থকা ৰিংকু কুমাৰৰ মটৰ চাইকেল লৈ কেম্পৰ পৰা ৪০০ মিটাৰ নিলগত থকা সীমান্তলৈ ধাৱমান হয়।তাত তেওঁ ৰাকেশ কুমাৰ যাদৱ আৰু ৰিংকু যাদৱক গুলীয়াই হত্যা কৰিছে। পাছতে শিশু পালে একেই মাৰাণাস্ত্ৰৰে আত্মহত্যা কৰে।

ইতিমধ্যে আহত এজন জোৱানক উনাকোটি জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই।

ইতিমধ্যে উনাকোটিৰ আৰক্ষী অধীক্ষক বিপ্লৱ কুমাৰ দেৱে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে এক তদন্তৰ নিৰ্দেশ দিছে।

 

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd