DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

পান্না ঘোষ by পান্না ঘোষ
February 13, 2018 11:11 pm
Yogi Adityanath
73
VIEWS
Share on FacebookShare on Twitter

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে দুদিনীয়া কাৰ্যসূচী লৈ ৰাজ্যখনত উপস্থিত হোৱা উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে মঙলবাৰে উদয়পুৰৰ ত্ৰিপুৰেশ্বৰী মন্দিৰত পূজা আগবঢ়াই।

আনহাতে কুমাৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক জনসমাবেশক সম্বোধন কৰি উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ পৰা বামপন্থী চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনাই কয় যে বামপন্থী চৰকাৰখনে নিজৰ শাসন কালত দুখীয়া লোকসকলক আত্মনিৰ্ভৰশীল হোৱাৰ কোনো সুবিধা নিদিলে।

উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰৰ অন্তৰ্গত পদ্মপুৰৰ গোৰখনাথ মন্দিৰত পূজা আগবঢ়োৱা পিছতে তেওঁ ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। উল্লেখযোগ্য যে যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ গোৰখপুৰত অৱস্থিত গোৰখনাথ মন্দিৰৰ প্ৰধান পূজাৰি।

বিজেপি যদি ত্ৰিপুৰাত ক্ষমতালৈ আহে তেন্তে ই কেন্দ্ৰৰ সকলো কল্যাণ আঁচনিয়ে যাতে দুখীয়া লোকসকলক ঢুকি পায় তাক নিশ্চিত কৰিব বুলি তেওঁ উল্লেখ কৰে।

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ অভিযান চলাবলৈ অহা আদিত্যনাথে শাসনাধিস্থ বামচৰকাৰখনে যোৱা ২৫ বছৰৰ শাসনকালত কেন্দ্ৰৰ বিভিন্ন আঁচনিৰ সুফল আদায় কৰাত বিফল হৈছে বুলি চৰকাৰখনক সমালোচনা কৰে।

 

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd