• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পূৰ্বে ভগৱানৰ আশিস ল’লে বিপ্লব কুমাৰ দেবে

পিনাকী দাস by পিনাকী দাস
March 8, 2018 12:13 pm
Biplab Kumar Deb
85
VIEWS
Share on FacebookShare on Twitter

৯ মাৰ্চত নতুন চৰকাৰৰ মুখ্য মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলগীয়া তথা ত্ৰিপুৰা ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) অধ্যক্ষ বিপ্লব কুমাৰ দেবে নতুন কৰ্মজীৱনৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন মন্দিৰ দৰ্শন কৰি ভগৱানৰ আশিস লোৱা দেখা গ’ল। মন্দিৰ দৰ্শনৰ সময়ত বিপ্লব কুমাৰ দেবৰ লগত আছিল তেওঁৰ পত্নী আৰু সন্তান।

মুখ্য মন্ত্ৰী ৰূপে শপত লোৱাৰ পূৰ্বেই ত্ৰিপুৰাৰ বিজেপি অধ্যক্ষ বিপ্লব দেবে উদয়পুৰস্থিত চাটুদাস দেৱতা আৰু মাতা ট্ৰিপুশ্বৰী মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ লোৱা দেখা গ’ল।

উল্লেখ্য যে আছাম ৰাইফলছ পেৰেড গ্ৰাউণ্ডত হ’বলগীয়া শপত গ্ৰহণ সমাৰোহ অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি শাসিত ৰাজ্যকেইখনৰ মুখ্য মন্ত্ৰীসকলৰ লগতে দেশৰ আগশাৰীৰ নেতা-কৰ্মীসকল উপস্থিত থকাৰ পূৰ্ণ সম্ভাৱণা আছে বুলি এক শুত্ৰৰ পৰা জানিব পৰা গৈছে।

 

বিপ্লব কুমাৰ দেব

শপত গ্ৰহণ সমাৰোহত অংশ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনলৈ আহিবলগীয়া ভিভিআইপি ব্যক্তিসকলক সুৰক্ষা দিয়াৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীয়ে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

মনকৰিবলগীয়া যে নতুন চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে ৰাজ্যখনৰ মাধ্যমিক পৰিষদৰ পৰীক্ষা ৯ মাৰ্চৰ বিপৰীতে অন্য দিনলৈ পিছুৱাই দিয়া বুলিও চৰকাৰী শুত্ৰই জানিবলৈ দিয়ে।

ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যখনত বিজেপিৰ সমৰ্থকসকলে বাওঁ পন্থী নেতা-কৰ্মীসকলৰ ওপৰত চলোৱা আক্ৰমণ বিজেপি দলৰ সংস্কৃতি নহয় বুলি বিপ্লব কুমাৰ দেৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd