• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

দক্ষিণ ত্ৰিপুৰাত হঠাতে উন্মত্ত হৈ উঠা পোহনীয়া হাতীৰ গছকত প্ৰাণ গ’ল মাউতৰ

NE NOW NEWS পিনাকী দাস
আগৰতলা , June 20, 2018 6:38 pm

1 min read

hati (11)
61
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা এটা দুৰ্ভাগ্যজনক ঘটনাত এটা পোহনীয়া হাতীৰ  আক্ৰমণত এজন মাউতৰ মৃত্যু ঘটিছে। আৰক্ষী উপ পৰিদৰ্শক শংকৰ সাহাই জনাইছে যে দক্ষিণ ত্ৰিপুৰাৰ উদয়পুৰ মহকুমাৰ অন্তৰ্গত মহাৰাণী এলেকাত বৰজসাধন জামাতিয়া নামৰ মাউতজনক হঠাতে উন্মত্ত ৰূপ ধাৰণ কৰা পোহনীয়া হাতী এটাই গছকি হত্যা কৰে।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী এগৰাকী স্থানীয় কৃষকে জনাইছে যে জামাতিয়ে পৰিত্ৰাণ পোৱাৰ বাবে প্ৰাণপণে চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়।

ইতিমধ্যে মাউতক হত্যা কৰি উঠি হাতীটো জংঘললৈ পলাই যায়। বৰ্তমান আৰক্ষী আৰু বন বিভাগৰ লোকে হাতীটোক কৰায়ত্ব কৰাৰ বাবে চেষ্টা কৰি আছে।

আন এটা পৃথক ঘটনাত খোৱাই আৰক্ষীয়ে জৱাহৰ নবোদয় বিদ্যালয়ৰ কাটিটিলাৰ কাষত থকা জংঘলৰ পৰা এটা গলিত মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে নিহত ব্যক্তিজন খোৱাইৰ কানু দেব বুলি চিনাক্ত কৰিছে। নিহত কানু দেব বিগত এসপ্তাহ ধৰি নিখোঁজ হৈ আছিল।

আৰক্ষীয়ে ঘটনাটোৰ এটা তদন্ত আৰম্ভ কৰিছে আৰু অস্বাভাৱিক মৃত্যুৰ এটা গোচৰল ৰুজু কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd