• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দক্ষিণ শালমাৰাত সংঘটিত  কেইবা কোটিটকীয়া বান সাহায্য পুঁজিৰ কেলেংকাৰিৰ তদন্ত আৰম্ভ চি আই ডিৰ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
March 17, 2018 11:57 am
Assam_Flood

প্ৰতিনিধিত্বমূলক চিত্ৰ

127
VIEWS
Share on FacebookShare on Twitter

উপ অধীক্ষক এছ চাংছেনৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ (চি আই ডি) এটা চাৰিজনীয়া গোটে অসমৰ মানকাচাৰ জিলাৰ দক্ষিণ শালমাৰাৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যাৰ্থে মুকলি কৰি দিয়া পূঁজিৰ ধন  আত্মসাত কৰা সকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

সংবাদমাধ্যমৰ হাতত পৰা তথ্য অনুসৰি,মানকাচাৰ জিলাখনৰ বানাক্ৰান্ত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰাৰ বাবে ২০১৬-১৭ বৰ্ষত ৰাজ্য চৰকাৰে ৪.১৫ কোটি টকা মোকোলাই দিছিল।

কিন্তু অভিযোগ উঠিছে যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে সেই ধনখিনি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা নাই।

চি আই ডিৰ ওচৰত অভিযোগ দাখিল কৰা বৰো পাট্টাকাটা গাঁৱৰ আজিজুৰ ৰহমান নামৰ ব্যক্তিজনে কৈছে যে চৰকাৰে ওপৰত উল্লেখ কৰা ধনৰাশি মুঠ ১৬৩টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰাৰ বাবে মোকোলাই দিছিল।

প্ৰতিটো খহনীয়াত ঘৰ-মাটি হেৰোৱা প্ৰতিটো পৰিয়াললৈ অনুমোদন কৰা ধনৰ পৰিমাণ আছিল ৯৫,১০০ টকা।

অভিযোগ অনুসৰি দক্ষিণ শালমাৰাৰ সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়টোৰ চক্ৰ বিষয়া এ কে ইলিয়াছ আহমেদ, আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ স্বামী মিৰাজুল হক, এজন আব্দুল আজিজ নামৰ ব্যক্তি, এজন স্থানীয় মধ্যভোগী, আৰু এজন মণ্ডলে লগ হৈ এটা ৰাষ্ট্ৰীয় বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ভুৱা হিতাধিকাৰীৰ নামত একাউন্ট খুলি ধনখিনি আত্মসাৎ কৰিছিল।

অভিযোগকাৰী আজিজুৰ ৰহমানে নৰ্থইষ্ট নাওক টেলিফোনযোগে জনোৱা মতে  চি আই ডিৰ দলটোৱে প্ৰত্যেকজন হিতাধিকাৰীৰ ঘৰলৈ গৈ পৰৱৰ্তী পদক্ষেপ লোৱাৰ বাবে তেওঁলোকৰ বক্তব্য ৰেকৰ্ড কৰিছে।

এই সন্দৰ্ভত আজিজুৰ ৰহমানৰ অভিযোগৰ ভিত্তিত চি আই ডিয়ে  ওপৰোক্ত লোককেইজনৰ বিৰুদ্ধে ভাৰতৰ দণ্ডবিধি আইনৰ ১২০(খ)৪০৬/৪২০/৪৬৮ ধাৰা অনুসৰি নম্বৰত ৯/২০১৮ এটি গোচৰ ৰুজু কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd