DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দায়িত্ব লৈয়ে সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া : ৰাজ্যবাসীৰ নিৰাপত্তা নিশ্চিত কৰা হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 9:56 pm
KuladharSaikia

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পোৱা কুলধৰ শইকীয়া।

149
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লোৱা আৰক্ষী বিষয়া কুলধৰ শইকীয়াই দায়িত্ব গ্ৰহণৰ প্ৰথম দিনটোতে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শইকীয়াই বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰে।

ৰাজ্যবাসীৰ নিৰাপত্তা নিশ্চিত কৰা, নাৰীজনিত অপঘটনা ৰোধ কৰা, ৰাজ্যখনত ক্ৰমবৰ্ধিত অপৰাধ ৰোধ কৰা, মৌলবাদ হ্ৰাস কৰা, মানল সৰবৰাহ ৰোধ কৰা আদিৰ ক্ষেত্ৰত সবল পদক্ষেপ লোৱা হ’ব বুলি মন্তব্য কৰে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানজনে।

আনহাতে যোৱা ২২ এপ্ৰিলত প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ থকা এসময়ৰ পি চি জিৰ সদস্য ৰেৱতী ফুকন বিষয়টোত নিজৰ মত দি শইকীয়াই কয়- ফুকনৰ নিৰুদ্দেশৰ ঘটনাটোৰ উচ্চ পৰ্য্যায়ৰ তদন্ত আছে আৰক্ষীয়ে। ঘটনাটোক বিভিন্ন দৃষ্টিকোণেৰে চোৱা হৈছে বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ৰেৱতী ফুকন বেংককলৈ যোৱাৰ কোনো তথ্য নাই।

আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিজৰ নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কৃতজ্ঞতা প্ৰকাশ কৰে শইকীয়া। তেওঁ সংবাদ মাধ্যমৰ ভূমিকাকো প্ৰশংসা কৰে। শইকীয়াই কয় যে যোৱা বছৰবোৰত সংবাদ মাধ্যমৰ বাবেই ডাইনী হত্যাৰ ঘটনা হ্ৰাস হৈছে।

উল্লেখযোগ্য যে শইকীয়া এজন সুখ্যাত গল্প লেখকো। তেওঁৰ গল্পই অসমীয়া সাহিত্যত অতি উচ্চস্থান লাভ কৰি আছে। সাহিত্য অকাডেমি পোৱা আৰক্ষী বিষয়া জনৰ গল্পৰ অসংখ্য অনুৰাগীও আছে।

Recent News

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd