• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিখৌমুখত সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , April 22, 2018 11:00 pm

1 min read

দিখৌমুখত সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন
92
VIEWS
Share on FacebookShare on Twitter

১৯৯১ চনত আলফাৰ গুলীত নিহত স্পষ্টবাদী তথা নিৰ্ভীক সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ মূৰ্তি আজি তেওঁৰ গুণমুগ্ধ লোকৰ উপস্থিতিত জন্মস্থান দিখৌমুখ ভৰলুৱা তিনি আলিত উন্মোচন কৰা কয়।

দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু দিখৌমুখ প্ৰেছ ক্লাৱৰ উদ্যোগত দিখৌমুখৰ ভৰলুৱাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত স্থাপন কৰা আৱক্ষ মূৰ্তিটো নিৰ্মাণ কৰি উলিয়াই বিশিষ্ট শিল্পী বিৰেণ সিংহই।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবীণ সাংবাদিক কনকসেন ডেকাই কৰা আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানটোত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট সাংবাদিকৰ লগতে কেইবাগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত আছিল।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ৯ আগষ্টত আলফাই হত্যা কৰা সাংবাদিক কমলা শইকীয়াৰ মৃত্যুৰ ২৭টা বছৰ পাৰ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত হত্যাকাৰীক ধৰা পেলাব নোৱাৰা কথাটোত সভাত উপস্থিত বক্তাসকলে আক্ষেপ প্ৰকাশ কৰে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd