DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তিয়ে পালন কৰিব প্ৰতিবাদী কাৰ্য্যসূচী

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 18, 2017 9:22 am
দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তিয়ে পালন কৰিব প্ৰতিবাদী কাৰ্য্যসূচী
210
VIEWS
Share on FacebookShare on Twitter

অহা ২০ আৰু ২১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈৰ মুক্তিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব। উল্লেখ্য যে যোৱা ১৩ ছেপ্টম্বৰত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত কৃষক নেতাগৰাকীক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে নেতাগৰাকীৰ মুক্তিৰ দাবীত সংগঠনটোৱে কেইবালানিও আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল যদিও এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ সঁহাৰি দিয়া নাই আৰু আইনী বিচাৰ প্ৰক্ৰিয়াৰ মাজতে গগৈৰ মুক্তিৰ বিষয়টো বন্দী হৈ আছে। অখিল গগৈক মুক্তি দিবলৈ বিভিন্ন দল-সংগঠনৰ দাবী তথা অনুৰোধ চৰকাৰে গুৰুত্ব নিদিয়া বাবে অৱশেষত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিবাদী কাযৰ্সূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

মহৎ কৰ্মৰ স্বীকৃতি! ভাৰতৰ আশা কৰ্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd