• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত উলহ-মালহেৰে ৰঙালী বিহু উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2018 9:09 am
_23d3ed80-2104-11e7-a5a9-704c25d3160d

গুৰগাঁৱত অনুষ্ঠিত বিহুৰ এটি দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত প্ৰায় দহ দিন ধৰি দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত অসমীয়া নৱবৰ্ষ আৰু বসন্ত উৎসৱ ৰঙালী বিহুৰ আয়োজন কৰা হৈছে আৰু অতি উলহ-মালহেৰে বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

সংবাদ প্ৰতিষ্ঠানৰ অনুসৰি ১৪ এপ্ৰিলত গুৰগাঁৱত আৰু ১৫ এপ্ৰিলত দিল্লীৰ আই জি এন চি এৰ খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰা হৈছিল। ২২ এপ্ৰিলত একেধৰণে নইডা, ফৰিদাবাদত আৰু দ্বাৰকাত ৰহালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

Apply Now

ৰঙালী বিহু উদযাপনৰ এই অনুষ্ঠানবোৰত বিহু হুঁচৰি, বিহু নৃত্য, বিহুগীত, ঢোলবাদন আদি প্ৰদৰ্শন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিলী বৰুৱা, মৌচম গগৈ, নিৰ্মালী দাস, নীল আকাশ আদিয়ে বিহুৰ লগতে আন জনপ্ৰিয় গীত পৰিৱেশন কৰে।

গুৰগাঁৱৰ বিহু অনুষ্ঠানত প্ৰয়াত অভিনেতা বিজু ফুকন আৰু চলচ্চিত্ৰ নিৰ্মাতা আব্দুল মজিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।একেদৰে বিজু ফুকন অভিনীত চলচ্চিত্ৰৰ জনপ্ৰিয় গীতত নৃত্য প্ৰদৰ্শন কৰা হয় দিল্লীত অনুষ্ঠিত বিহু অনুষ্ঠানত।

62d03907d35cdd53d543aa3de9774f2b-rimg-w720-h536-gmir

গুৰগাঁৱৰ অসম এছোচিয়েশ্যনৰ সাধাৰণ সম্পাদক প্ৰভাকৰ দত্তই জানিব দিয়ে যে তেওঁলোকে ইয়াৰ গঠন হোৱা ২০০৭ চনৰ পৰাই গুৰগাঁৱত ৰঙালী উদযাপন কৰি অহা হৈছে। পূৰ্বতে অসমৰ পৰা অহা আৰু গুৰগাঁৱত থাকিবলৈ লোৱা অতি আগ্ৰহী কিছু ব্যক্তিক গোটাই লৈ বিহু উদযাপন কৰা হৈছিল। কিন্তু বৰ্তমান এছোচিয়েশ্যনে বহু পৰিক্ৰমাৰ মাজেৰে আহি আজি এটা অৱস্থাত উপনীত হৈছে যিয়ে গোটেই ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলতে জাকজমকতাৰে বিহু উদযাপনৰ আয়োজন কৰিব পাৰিছে।

নইডাত ৰঙালী বিহুৰ আয়োজন কৰিছে আছাম পীপলছ ৱেলফেয়াৰ এছোচিয়েশ্যন আৰু ট্ৰেনছ যমুনা দিল্লী-এন চি আৰে। ফৰিদাবাদত আছাম এছোচিয়েশ্যন ফৰিদাবাদে বিহুৰ আয়োজন কৰে।

অসমৰ বাহিৰত এইদৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি উদযাপনৰ জৰিয়তে বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলে নিজৰ কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰখাটো সঁচাকৈয়ে আদৰণীয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd