DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুই কৃতী শিক্ষাৰ্থীক এককালীন সাহায্য প্ৰদান ডিমৌৰ আৰক্ষী অধীক্ষকৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
June 18, 2018 12:24 pm
ATTACHMENT
78
VIEWS
Share on FacebookShare on Twitter

সদ‍্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত ক্ৰমে অষ্টম আৰু সপ্তম স্থান লাভ কৰি ডিমৌলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী ছাত্ৰ গুঞ্জানন বৰুৱা আৰু ৰমিন গগৈক ডিমৌ আৰক্ষী অধীক্ষকে শণিবাৰে এককালীন সাহায্য প্ৰদান কৰি সম্বৰ্ধনা জনায়।

উল্লেখ‍্যযোগ্য যে  যোৱা ৩ জুনত ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সংবাদসেৱী সকলৰ উমৈহতীয়া মঞ্চ ডিমৌ প্ৰেছ ক্লাবৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবছৰো হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিমৌলৈ গৌৰৱ কঢ়িয়াই অনা থাওৰা সমষ্টিৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰায় ৫০০ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাইছিল।

উক্ত দিনাৰ অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিৱসাগৰ জিলা আৰক্ষী আয়ুক্ত সুবোধ সোণোৱালে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থানপ্ৰাপ্ত গুঞ্জানন বৰুৱা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ সপ্তম স্থানপ্ৰাপ্ত ৰমিন গগৈৰ সৈতে মত-বিনিময় কৰে আৰু দুই কৃতীমানকে অধীক্ষকগৰাকীয়ে ৫০০০ টকাকৈ এককালীন সাহায‍্য প্ৰদানৰ কথাও ঘোষণা কৰিছিল।

সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি শনিবাৰে আৰক্ষী অধীক্ষকগৰাকীৰ হৈ ডিমৌ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰুৱা আৰু সাংবাদিক শেখৰজ্যোতি দুৱৰীয়ে দুয়োগৰাকী ছাত্ৰক নগদ ৫,০০০ টকাকৈ অনুদান প্ৰদান কৰে। আৰক্ষী অধীক্ষক গৰাকীৰ এনে মহানুভৱতাক দুয়োগৰাকী শিক্ষাৰ্থীসহ পিতৃ-মাতৃৰ লগতে সমূহ ডিমৌবাসী ৰাইজে আৰক্ষী অধীক্ষক গৰাকীক তেওঁৰ উৎসাহপূৰ্ণ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

Recent News

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd