• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুলীয়াজানত ডকাইতি কাৰ্যৰ চেষ্টা চলোৱা তথাকথিত দুই সাংবাদিকক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 4:45 pm
এন ডি এফ বি(স)ৰ
106
VIEWS
Share on FacebookShare on Twitter

দুলীয়াজানত এটা বৈদ্যুতিন মাধ্যমৰ দুজন তথাকথিত সাংবাদিকে ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ  লগতে এগৰাকী মহিলা আৰু নাবালিকাক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে দুলীয়াজানৰ তথাকথিত সাংবাদিক অজিত বৰা আৰু ভিডিঅ’ জাৰ্নেলিষ্ট দুলাল গগৈয়ে ক’লা কাপোৰ পৰিধান কৰি এটি বাসগৃহত প্ৰৱেশ কৰি ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা চলায়।

আনকি দুয়ো তথাকথিত সাংবাদিকে বাসগৃহটোত প্ৰৱেশ কৰি বাসগৃহটোৰ গৰাকী তথা এগৰাকী মহিলা আৰু তেওঁৰ জীয়ৰী তথা এগৰাকী নাবালিকাক শুই থকা অৱস্থাৰ পৰা চোঁচৰাই আনি মাটিত পেলাই আক্ৰমণ কৰে।

আনহাতে ঘটনাস্থলীত নাবালিকা গৰাকীৰ ককায়েক উপস্থিত হোৱাত দুয়ো দুৰ্বৃত্ত পলাবলৈ চেষ্টা কৰে। যদিও স্থানীয় একাংশ লোক একত্ৰিত হৈ দুয়ো দুৰ্বৃত্তকে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই দুলীয়াজান আৰক্ষীক গটাই দিয়ে।

আনহাতে তথাকথিত সাংবাদিক তথা দুই দুৰ্বৃত্তই প্ৰহাৰ কৰা নাবালিকা গৰাকী দুলীয়াজানৰ ৰাজালী টি ইষ্টেটৰ এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ।

ইফালে আৰক্ষীয়ে দুয়ো তথাকথিত সাংবাদিকৰ ওপৰত জামিনবিহীন গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd