• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুসপ্তাহে শুংসূত্ৰ নাই ৰেৱতী ফুকনৰ; অগপ-বিজেপিৰ যুগলবন্দী হ’লেই গুপ্তহত্যা হয় : প্ৰদ্যুৎ বৰদলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 4, 2018 7:48 pm
Guwahati- Pradyut Bordoloi on secret killing during agp-bjp rule
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰত অগপ-বিজেপি ( AGP-BJP )ৰ যুগলবন্দী হ’লেই অসমত গুপ্তহত্যা সংঘটিত হয়।  আলফা-চৰকাৰৰ আলোচনাৰ উদ্যোগ লোৱা ৰেৱতী ফুকন গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হোৱাৰ প্ৰায় দুসপ্তাহৰ পিছতো  চৰকাৰে আজি পৰ্য্যন্ত একো শুংসূত্ৰ উলিয়াব নোৱৰা প্ৰসংগত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে আজি ৪ মে’ত এই আশংকা প্ৰকাশ কৰিছে।

‘ইতিহাস সাক্ষী আছে, যেতিয়া অগপ-বিজেপি যুগলবন্দী হয়, তেতিয়াই এটা চক্ৰই গা কৰি উঠে। ১৯৯৬ চনৰ পৰা ২০০১ চনৰ ভিতৰত যেতিয়া অসমত অগপ দলৰ চৰকাৰ আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ আছিল, তেতিয়াই গুপ্তহত্যা আৰম্ভ হৈছিল‘ শুকুৰবাৰে ৰাজীৱ ভৱনত এক সংবাদ মেলত বৰদলৈয়ে এই মন্তব্য কৰে।

Apply Now

আলফাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা লোকসকলক গুপ্তঘাটকে নি নি হত্যা কৰাৰ কথা উল্লেখ কৰি বৰদলৈয়ে ‘সেই পুৰণা চক্ৰটো গা কৰি উঠা নাইটো?’ বুলি আশংকা প্ৰকাশ কৰে।

২০০১ চনত শাসনলৈ আহি কংগ্ৰেছ চৰকাৰে গুপ্তহত্যাৰ সংস্কৃতি নাইকিয়া কৰাৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে ‘সোণোৱাল চৰকাৰে আইন-শৃংখলা ৰক্ষা হোৱা বুলি লোৱা বাহ বাহটো আচলতে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনৰহে ফলশ্ৰুতি।’

ৰাজ্যৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে তেওঁ গৃ্হ বিভাগৰো দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও ৰেৱতী ফুকনৰ নিৰুদ্দেশ অসমত পুনৰ গুপ্তহত্যাৰ আগমণৰ ইংগিত হ’ব পাৰে বুলি আৰু ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি কালি দাবী কৰিছিল।

আনহাতে প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে ‘বিজেপি দল কেতিয়াও গুপ্ত হত্যাৰ সৈতে জৰিতই হ’ব নোৱাৰে। তেওঁলোকে উন্নয়ন হোৱাটো নিবিচাৰে। কংগ্ৰেছৰ এতিয়া জ্বৰ উঠিছে, গতিকে নেতাবিলাকে এতিয়া ভুল বকিছে। কংগ্ৰেছে হিতেশ্বৰ শইকীয়াৰ কাৰ্য্যকাল পাহৰি গ’ল নেকি? তেওঁলোকে যে অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদক যে গুলিয়াই গুলিয়াই হত্যা কৰিছিল সেইটো কি হত্যা আছিল?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd