• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশী-বিদেশী সুৰাৰ পয়োভৰ ঘটা মাজুলীত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , June 15, 2018 8:36 am

1 min read

FB_IMG_1528998034991
106
VIEWS
Share on FacebookShare on Twitter

অবৈধ সুৰাৰ অবাধ স্থলিলৈ ৰূপান্তৰ হৈছে সত্ৰপীঠ মাজুলী। ১৪ জুনত আবকাৰী আৰু আৰক্ষীৰ এক যুটীয়া অভিযানকাৰী দলে মাজুলীৰ বিভিন্ন স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা জব্দ কৰাৰ লগতে কেইবাটাও সুৰাৰ ঘাটি নষ্ট কৰে।

মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী আৰু সহকাৰী আয়ুক্ত নিতিশা বৰাৰ নেতৃত্বত গৰমপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ লগতে আবকাৰী বিভাগৰ চাৰ্কোল ইন্সপেক্টৰ অৰুন জে ভৰালীয়ে বালিচাপৰি, চিলাকলা, চেলেক আৰু ধূনাগুৰি অঞ্চলত অভিযান চলাই বৃহৎ পৰিমানৰ অৰুণাচলত তৈয়াৰী বিদেশী সুৰা, বিয়েৰ জব্দ কৰাৰ লগতে প্ৰায় ১৫০ লিটাৰ দেশীয় সুৰা নষ্ট কৰে।

উল্লেখ্য যে অভিযানকাৰী দলটোৱে বালিচাপৰি আৰু ধূনাগুৰি অঞ্চলত অভিযান চলাওতে মাৰাত্মক দ্ৰব্যও জব্দ কৰা পৰিলক্ষিত হয়। এই দ্ৰব্য সমূহ দেশীয় সুৰা নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰে বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে।

আনহাতে অভিযানৰ সময়ত প্ৰত্যেকটো অঞ্চলতে স্থানীয় লোকৰ সৈতে অভিযানকাৰী দলটোৱে মত বিনিময় কৰি সুৰাৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে সৰ্বাধিক ক্ষতিকাৰক বুলি কোৱাৰ লগতে এনেধৰণৰ ব্যৱসায়ৰ বিৰুদ্ধে সতৰ্ক হ’বলৈ অনুৰোধ জনায়।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd