• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ভিতৰত চতুৰ্থখন ডাঙৰ দলং বগীবিল জুন মাহত মুকলি কৰাৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 5:43 pm
বগীবিল
239
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰতিক্ষীত বগীবিল দলংখন অৱশেষত এই বৰ্ষৰ জুন মাহত উদ্বোধন কৰা হ’ব।

অসম চুক্তি অনুসৰি উক্ত বগীবিল দলংখন ২০০২ চনৰ পৰা নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলোৱা হয়। ২০১৪ চনৰ জুলাই মাহত দলংখনৰ নিৰ্মাণ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছিল আৰু তেতিয়ালৈকে এই বগীবিল দলং নিৰ্মাণত বহু সময় আৰু ধন ব্যয় হৈছিল।

ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোঁহাইয়ে কয় যে, ‘পৰ্যাপ্ত পুঁজিৰ অভাৱকে ধৰি আৰু বিভিন্ন কাৰণত উক্ত বগীবিল দলং নিৰ্মাণত পলম হোৱাৰ লগতে বৰ্তমানলৈকে দলং খন মুকলি কৰিব পৰা হোৱা নাছিল যদিও বৰ্তমান ই ব্যৱহাৰৰ উপযোগী হৈ উঠিছে।’ লগতে তেওঁ দলংখন জুন মাহত উদ্বোধন কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে মুকলি হ’ব লগীয়া উক্ত দলংখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু শিলাপথাৰৰ লগত ৰে’ল আৰু পথ সংযোগ ঘটাব বুলি আশা প্ৰকাশ কৰা হৈছে। তাৰোপৰি ধেমাজি ৰাষ্ট্ৰীয় ঘাইপথ ৫২ ক ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথ ৫২ বি ক সংযোগ ঘটাব।

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সজা এই বগীবিল দলং হ’ল সৰ্বাধিক দীঘল দলং আৰু ই দেশৰ ভিতৰত চতুৰ্থখন ডাঙৰ দলং।

প্ৰাপ্ত তথ্য মতে ৪.৯৪ কি. মি. দৈৰ্ঘ্যৰে নিৰ্মাণ কৰা ৰে’লৱে পুলটো দেশৰ ভিতৰত আটাইতকৈ দীঘল ৰে’লৱে পুল আৰু ইয়াক নিৰ্মাণ কৰোতে ৪৯৯৬ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰোপৰি দলংখনৰ দুয়োপাৰে ফুটপাথ থকাৰ লগতে বিদ্যুৎ আৰু লাইটৰ ব্যৱস্থাও থাকিব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd