• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেৱাশিস খাৰঘৰীয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ; এতিয়াও সন্ধান নাই গীতাশ্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2018 5:43 pm
Debashis

দেৱাশিস খাৰঘৰীয়া। ফাইল ফটো।

86
VIEWS
Share on FacebookShare on Twitter

অৱহেলা আৰু মানসিক নিৰ্যাতনেৰে নিজৰ মাক-দেউতাকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত অভিযুক্ত  দেৱাশিস খাৰঘৰীয়াক আজি শিৱসাগৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাত আজি তেওঁক আৰক্ষীয়ে শিৱসাগৰ আদালতত হাজিৰ কৰাইছিল।

উল্লেখযোগ্য যে শিৱসাগৰ আৰক্ষীয়ে যোৱা ১৯ জুলাইত দেৱাশিসক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল।

দেৱাশিসৰ বিৰুদ্ধে শিৱসাগৰ থানাত তেওঁৰ মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰি গোচৰ ৰুজু হৈছিল। গোচৰ দিছিল সৰু বায়েক মণিকা গগৈয়ে।

মন কৰিব লগীয়া যে যোৱা ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত থকা ভাৰাঘৰত দেৱাশিসৰ মাক আৰু দেউতাক ক্ৰমে ৰুবী খাৰঘৰীয়া আৰু ৰজনী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যু হৈছিল। ৰুগীয়া মাকৰ ইনছুলিনৰ অভাৱত মৃত্যু হোৱাৰ বিপৰীতে দেউতাকে আত্মহত্যা কৰিছিল। দেৱাশিসৰ বিৰুদ্ধে মাক-দেউতাকক অৱহেলা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্বয়ং বায়েককেইগৰাকীয়ে। আনহাতে আত্মহত্যাৰ পূৰ্বে দেউতাক ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল বহুকেইটা টোকা। তাত নিজৰ পুতেক-বোৱাৰীয়েকে অৱহেলা আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ আছিল। তাৰ বাবেই এনেদৰে চৰম পথ লবলৈ বাধ্য হ’ল বুলি টোকাটোত স্পষ্টভাৱে লিখিছিল।

মাক-দেউতাকৰ আত্মহত্যাৰ পিছৰ পৰাই পলাতক হৈ আছিল দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰা। গীতাশ্ৰীক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd