• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰং-মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত আটক দুৰ্ধৰ্ষ চোৰাংচিকাৰী আখতাৰ আলী

NE NOW NEWS ময়ুখ গোস্বামী
মঙলদৈ , April 27, 2018 6:16 pm

1 min read

চোৰাংচিকাৰী
66
VIEWS
Share on FacebookShare on Twitter

আজি দৰং- মৰিগাঁও আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আখতাৰ আলী নামৰ এটা কুখ্যাত চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰি তাৎক্ষণিকভাৱে অভিযান চলাই দুৰ্ধৰ্ষ চোৰাংচিকাৰীটোক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে আটকাধীন চোৰাংচিকাৰীজনৰ ওপৰত ১০ টাৰো অধিক গঁড় হত্যাৰ অভিযোগ আছে।

আনহাতে শ্যামপুৰ থানাৰ আৰক্ষীৰ জিম্মাত থকা চোৰাংচিকাৰী জনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন চোৰাংচিকাৰীজন ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্বৱৰ্তী হামুৰ নিৱাসী। ১০ টাকৈ গঁড় হত্যাত জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী আখতাৰ আলী মৰিগাঁও জিলাৰ কচুৱাত আত্মগোপন কৰি আছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Recent News

হাম দো হামাৰে দো  : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

হাম দো হামাৰে দো : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd