• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৰঙত গাঞ্জাসহ তিনি ব্যক্তিক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ৰাজ্যখনত  ক্ৰমান্বয়ে নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা বৃদ্ধি পাই অহাৰ সময়তে দৰং জিলাৰ ধূলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত অতৰ্কিতে এক তালাচী অভিযান চলাই তিনি কেজি গাঞ্জাসহ তিনিজন ব্যক্তিক আটক কৰে। আটকাধীন ব্যক্তি  কেইজন ক্ৰমে দলগাঁও থানাৰ অন্তৰ্গত  বেছিমাৰীৰ গোলাম ৰাব্বানি, আমছেৰ আলি আৰু আব্দুল হান্নান বুলি আৰক্ষীয়ে জানিবলৈ দিছে।  এন ডি পি এছ আইনৰ ধাৰা ২২ ৰ অধীনত ধুলা থানাত ৫০৬/১৭ নম্বৰত এক গোচৰ ৰুজু কৰি তিনি অভিযুক্তক আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ আজি প্ৰেৰণ কৰে। আনহাতে আৰক্ষীয়ে উক্ত গাঞ্জা সৰবৰাহকাৰী কেইজনৰ পৰা  এ এছ ১৩ জি ৫৬৬২ নম্বৰৰ এখন মাৰুতি এল্টো গাড়ীও জব্দ কৰে।
Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

August 10, 2026 3:25 pm
দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

দুৰ্নীতি: যেতিয়া ক্ষমতাই নিজৰ সেৱা কৰিবলৈ আৰম্ভ কৰে

August 10, 2026 3:09 pm
‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

‘মৌনতা হিংসাত সন্মতিৰ সমান’! নিট প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বৰ্বৰতা; অমিত শ্বাহৰ পদত্যাগ দাবী ৰাহুলৰ

August 10, 2026 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

ঝাৰখণ্ডত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ; জেপিএছচিৰ প্ৰাক্তন মুৰব্বী গ্ৰেপ্তাৰ

August 10, 2026 5:00 pm
উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

উজনি অসমৰ প্ৰলয়ংকাৰী বান: চৰকাৰৰ বিফলতা ঢাকিবলৈ ‘ডাৱৰ বিস্ফোৰণ’ৰ ভুৱা দাবী, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৬ সংগঠনৰ

August 10, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd