DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙত ভুৱা জন্মৰ প্ৰমাণপত্ৰৰ বেহা কৰা দুষ্টচক্ৰ উৎখাত

মযূখ গোস্বামী by মযূখ গোস্বামী
December 27, 2017 9:25 pm
এন আৰ চিৰ কাম-কাজে ক্ষতি কৰিছে শিক্ষা ব্যৱস্থাক
182
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিক লৈ গোটেই ৰাজ্যবাসী উৎকণ্ঠিত হৈ থকাৰ সময়তে তথা এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিবলৈ মাজত মাত্ৰ ৪টা দিন থকা অৱস্থাত দৰং জিলাৰ ধুলা আৰক্ষীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে দৰকাৰ হোৱা নথি-পত্ৰৰ ভুৱা প্ৰতিলিপিৰ বেহা কৰা এটা দুষ্টচক্ৰক উৎখাত কৰিছে। ঘটনাৰ বিৱৰণি মতে ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ৈ ৰঞ্জিত হাজৰিকাৰ নেতৃত্বত যোৱা এটা দল দুষ্টচক্ৰটোৰ তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষীৰ দলটোৱে তেওঁলোকৰ পৰা ভালেমান আপত্তিকৰ নথিপত্ৰ আৰু সামগ্ৰী জব্দ কৰে। এইবোৰৰ ভিতৰত ৫৮ খন জন্মৰ ভুৱা প্ৰমাণপত্ৰ, কম্পিউটাৰৰ হাৰ্ড ডিস্ক আৰু স্বাস্থ্য বিভাগৰ নকল ষ্টাম্পো আছে। এই দুষ্টচক্ৰটোৰ ভিতৰত গ্ৰেপ্তাৰ হোৱা তিনিজন হ’ল ক্ৰমে ধুলা আৰক্ষী থানাৰ খাৰিকাটিৰ ধনশিৰিকাষৰ মতলিব আলী, মঙলদৈ আৰক্ষী থানাৰ অধীনৰ ইব্ৰাহিম আলী আৰু আব্দুলা আহমেদ। আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তকেইজনে স্বীকাৰ কৰিছে যে তেওঁলোকে শ শ ভুৱা জন্মৰ প্ৰমাণপত্ৰ দিছে আৰু সেইবোৰ কেৱল দৰং জিলাতেই নহয়, অন্যান্য জিলালৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ 467/472/420 ধাৰাত 520/17 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

Recent News

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd