DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙত সক্ৰিয় বেংক হেকাৰ চক্ৰ, এজনক আটক

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
February 20, 2018 8:41 pm
arrested

প্ৰতিনিধিত্বমূলক ছবি

136
VIEWS
Share on FacebookShare on Twitter

দৰঙত এটা বেংক হেকাৰ চক্ৰ সক্ৰিয় হৈ থকাৰ খবৰে জিলাখনৰ বিভিন্ন বেংকত ধন জমা ৰখা সাধাৰণ গ্ৰাহকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি দৰং আৰক্ষীয়ে ছহৰ আলী নামৰ বেংক হেকাৰ চক্ৰৰ এগৰাকী সদস্য আটক কৰে।

আটকাধীন ছহৰ আলী দলগাওঁ খইৰাকতা গাঁৱৰ ওমৰ আলীৰ পুত্ৰ।

লোকজনক সোনাৰি কাছমাৰি গাঁৱৰ হফিজুল ইছলাম নামৰ এজন ব্যক্তিয়ে কিছুদিন আগতে দলগাওঁ আৰক্ষী থানাত দাখিল কৰা এক গোচৰৰ ভিত্তিত আটক কৰা হয়।

উল্লেখ্য যে হফিজুল ইছলামে দলগাওঁ এছ বি আই শাখাত থকা তেওঁৰ একাউন্টৰ পৰা ৫,০০০ টকা ওলাই যোৱা বুলি এটা এছ এম এছ লাভ কৰিছিল। এছ এম এছটো লাভ কৰিয়ে তেওঁ বেংকত গৈ খবৰ কৰাত উক্ত ধনৰাশি হেকিঙৰ জৰিয়তে খইৰাকতাৰ ছহৰ আলী উলিয়াই নিয়া বুলি জানিব পাৰে।

এই সম্পৰ্কে আৰক্ষীক জনোৱাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত লোকজনক আটক কৰে। আৰক্ষীৰ জেৰাত লোকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে চক্ৰটোৰ বাকী সদস্যসকলক কৰায়ক্ত কৰাৰ উদ্দেশ্যে অভিযান আৰম্ভ কৰিছে জানিবলৈ দিয়ে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd