DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙী কৃষ্টিৰ সাধক দ্ৰোণ ভূঞাক মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী বঁটা প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 1:13 pm
ghy1
129
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদ, মুক্তিযুঁজাৰু কমল মহন্তৰ সোঁৱৰণত আগবঢ়োৱা জীৱনজোৰা সাধনা বঁটা দৰঙী কৃষ্টি-সংস্কৃতিৰ একনিষ্ট সাধক স্বনামধন্য শিল্পী দ্ৰোণ ভূঞাক বৃহস্পতিবাৰে প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বাকৰিত অনুষ্ঠিত লোক উৎসৱ-২০১৮ৰ আঠদিনীয়া কৰ্মাশালাৰ সামৰণী অনুষ্ঠানৰ সৈতে সংগতি  ৰাখি অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত ভূঞাক ‘মুক্তিযুঁজাৰু কমল মহন্তৰ সোঁৱৰণী জীৱনজোৰা সাধনা বটাঁ’ প্ৰদান কৰা হয়।

বটাঁৰ সৈতে ২০ হেজাৰ টকা, মানপত্ৰ, অংগবস্ত্ৰ, শৰাই, জাপি আদি আগবঢ়োৱা হয় শিল্পী গৰাকীক।  আনহাতে বঁটা গ্ৰহণ কৰি দ্ৰোণ মহন্তই দৰঙী কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে।

উল্লেখযোগ্য যে জি এল পি ছ’চিয়েল চাৰ্কোল, ব্যতিক্ৰম ম্যাছাডো, নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰ্মশালাখনৰ বৃহস্পতিবাৰে সামৰণী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, পদ্মশ্ৰী যতীন গোস্বামী, প্ৰথিতযশা শিল্পী সুদক্ষিণা শৰ্মা, থাইলেণ্ডৰ বিশিষ্ট শিক্ষাবিদ কাৰিন খমৰিচ, শান্তি নিকেতনৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰহ্লাদ ৰয়, শিল্পী তৃষ্ণা দেৱী,’অসমীয়া খবৰ’ৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, সু-চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লোক উৎসৱৰ আহ্বায়ক তথা কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক জীনা ৰাজকুমাৰীয়ে সু-প্ৰশিক্ষিত কৰা শতাধিক প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও বিহু, বিহুনাচ আৰু হাজং নৃত্য পৰিৱেশন কৰি আকৰ্ষণীয় কৰি তোলে অনুষ্ঠানটো।

কৰ্মশালাৰ সহযোগী প্ৰশিক্ষক হিচাপে আছিল পাট মাদৈ মৌচুমী বৰা, ৰূপজ্যোতি কোঁৱৰ, বিদ্যা হাজং আৰু লক্ষ্মীৰাণী হাজং।

Recent News

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd