DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰিদ্ৰতা নেওচি মেট্ৰিকত ডিষ্টিংশ্যন লাভ জাঁজীৰ গৌৰৱ দত্তৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 27, 2018 10:40 pm
Gaurav Dutta
119
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰতা নেওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ দত্তই ৬টা বিষয়ত লেটাৰ মাৰ্কসহ ৯১ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ জাঁজী ফুলপানীছিগা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ফুলপানীছিগা বামুণ গাওঁ নিবাসী বিদ্যাধৰ দত্ত আৰু সবিতা দত্তৰ  পুত্ৰ গৌৰৱে অসমীয়াত ৮৬, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৯৯, সমাজ বিজ্ঞানত ৯৫, সাধাৰণ বিজ্ঞানত ৯৪ আৰু হিন্দীত  ৮৬ নম্বৰসহ মুঠ ৫৪৭ নম্বৰ লাভ কৰিছে।

ছাত্ৰজনৰ পিতৃ পেছাত এজন মিস্ত্ৰি।

গৌৰৱে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ৰচিছে। সদ্যহতে তেওঁ  জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিব।

গৌৰৱ এজন ভাল অভিনেতা আৰু নৃত্য শিল্পী।

কবিতা লিখি ভাল পোৱা মেধাৱী ছাত্ৰজনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা গ্ৰহণ কৰা শিক্ষাৰে এই সফলতা পোৱা বুলি ক’ব খোজে।

বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষয়িত্ৰী পল্লৱিকা বৰুৱাই সাধাৰণ গণিত বিষয়ত বিশেষভাৱে আগবঢ়োৱা অৰিহণাৰ কথা তেওঁ কৃতজ্ঞতাৰে স্বীকাৰ কৰে।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Assam Career

Assam Career : নগাঁও জি.এন.ডি. জি. কমাৰ্চ কলেজত কনিষ্ঠ সহায়ক আৰু পুথিভঁৰাল সহায়কৰ বাবে আবেদন আহ্বান

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd