• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত ডিএলএড পৰীক্ষাত নকল কৰা ৯৫ গৰাকী শিক্ষকক বহিষ্কাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 3, 2018 11:45 am

2 min read

NIOS
99
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীত ডিএলএড পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত শনিবাৰে মুঠ ৯৫ গৰাকী শিক্ষকক বহিষ্কাৰ কৰা হয় | জানিব পৰা মতে, ডিএলএডৰ অন্তিম দিনাৰ পৰীক্ষাত ৯৫ গৰকী শিক্ষকে নকল কৰা ধৰা পেলায় সংশ্লিষ্ট কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে বিলাসীপাৰাৰ বিএম জুনিয়ৰ মহাবিদ্যালয়, ইন্দ্ৰ নাৰায়ণ একাডেমী আৰু বেচৰকাৰী খণ্ডৰ বিলাসীপাৰা ছায়েন্স একাডেমীকে ধৰি কেইবাখনো বিদ্যালয়ত অনুষ্ঠিত হৈছে  ডিএলএডৰ চূড়ান্ত পৰীক্ষা | অভিযোগ অনুসৰি এই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰচ’ৰাত চলি আহিছে ব্যাপক নকলৰ পয়োভৰ | শিক্ষানুষ্ঠান একাংশৰ নিৰীক্ষকক ধনৰ বিনিময়ত মেনেজ কৰি কেন্দ্ৰসমূহত নকলৰ পয়োভৰ চলাৰ অভিযোগ উঠি আহিছে |

তেনে সময়তে শনিবাৰে বিলাসীপাৰাৰ মহকুমাধিপতি ৰোহণ কুমাৰ ঝাই একাংশ পৰীক্ষা কেন্দ্ৰত চলায় অভিযান | অভিযানত মহকুমাধিপতি গৰাকীয়ে বিএম জুনিয়ৰ কলেজৰ ৫ গৰাকী, ইন্দ্ৰ নাৰায়ণ একাডেমীৰ ১১ গৰাকী আৰু বিলাসীপাৰা ছায়েন্স একাডেমীৰ ২৩ গৰাকীকে ধৰি মুঠ ৩৯ পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে । আনহাতে  ধুবুৰীৰ চাপৰত ৩৮ পৰীক্ষাৰ্থীক বহিষ্কৃত কৰা হয়। তদুপৰি চাপৰ উ: মা: বিদ্যালয়ৰ ২৮ আৰু ৰত্নপীঠ মহাবিদ্যালয় কেন্দ্ৰৰ ১০ গৰাকী পৰীক্ষাৰ্থীক বহিষ্কৃত কৰা হয়।

একেদৰে গৌৰীপুৰৰ ৰঙামাটী কলেজৰ ১৫ জন আৰু আলমগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩ জনক পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হয়।

ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জ গেৰামাৰী  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডিএল এড পৰীক্ষাত অসৎ উপায় অবলম্বনৰ অভিযোগ। 55 গৰাকী  পৰীক্ষাৰ্থীক বহিস্কাৰ ।জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, দণ্ডাধীশ ছি ছেত্ৰী,উপ আৰক্ষী অধীক্ষক ক্ৰমে কে এঝা,টি ভূঞা আদি জিলা প্ৰশাসনৰ তদন্তত বহিস্কাৰ হয় পৰীক্ষাৰ্থীসকল । ধনলৈ পৰীক্ষাৰ্থী সকলক অসৎ উপায় অবলম্বন কৰাৰ সুযোগ দিয়াৰ অভিযোগ বিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে ।

গোলকগঞ্জস্হিত ধুবুৰী ডায়েটত ডি এল এডৰ পৰিক্ষাৰ নামত নকলৰ ব্যাপক পয়োভৰ ৷ ধনৰ বিনিময়ত ডি এল এড ৰ পৰিক্ষাৰ ঠিকা লৈছে ডায়েটৰ অধ্যক্ষই ৷ জিলা উপাযৃুক্তৰ অতৰ্কিত অভিয়ান ৷ পৰিক্ষা গৃহৰ পৰা পাইকাৰী হাৰত নকল উদ্ধাৰ ৷ অৰ্ধশতাধিক ক বহিস্কাৰ জিলা উপাযৃুক্তৰ ৷

 

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd