DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত যক্ষ্মা চিকিৎসালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিলে আজমলে

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 6, 2018 4:25 pm
Ajmal-dhubri-570x320
429
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ সাংসদ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ প্ৰধান বদৰুদ্দিন আজমলে এক কোটি টকা ব্যয় সাপেক্ষ দুমহলীয়া যক্ষ্মা চিকিৎসালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিছে। ২০১৬-১৭ চনৰ  (২য় ভাগ) সাংসদ পুঁজিৰ পৰা তেওঁ এই ধনখিনি মোকলাই দিছে। উল্লেখ্য যে নামনি অসমত বুকুৰ ৰোগৰ এইখনেই একমাত্ৰ চিকিৎসালয়।

আধাৰশিলা স্থাপনৰ অনুষ্ঠানত ভাষণ দি আজমলে কয় যে শিক্ষা আৰু স্বাস্থ্য হৈছে তেওঁৰ প্ৰাথমিক অগ্ৰাধিকাৰ, কিন্তু পুঁজিৰ অভাৱৰ বাবে তেওঁ সেয়া কৰি উঠিব পৰা নাই। তেওঁ আৰু কয় যে যদি প্ৰয়োজন হয় তেওঁ নিজৰ পুঁজিৰ পৰা দান কৰিব।

আজমলে কয় যে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন নকৰা পৰ্যন্ত অন্য ক্ষেত্ৰসমূহৰ বিকাশ নিৰৰ্থক।

আচৰিত  কথা এই যে যি সময়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰাৰ দাৱী কৰি থকাৰ বিপৰীতে ধুবুৰী চহৰৰ মাজ মজিয়াত অৱস্থিত একমাত্ৰ যক্ষ্মা চিকিৎসালয়খনে আন এটা ছবিহে তুলি ধৰে।

এই চিকিৎসালয়খন হৈছে স্বাস্থ্য মন্ত্ৰীৰ অন্তঃসাৰহীন দাবীৰ জলজল পটপট উদাহৰণ। বাৰে বাৰে  অনুৰোধ জনাই অহা সত্ত্বেও আন্তঃগাঁথনি আৰু চিকিৎসাজনিত সা-সুবিধাৰ ফালৰ পৰা বুকুৰ চিকিৎসালয় , যক্ষ্মাৰ চিকিৎসালয়ৰ অৱস্থা পুতৌ লগা।

যক্ষ্মা চকিৎসালয়খনত সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচী (Revised National Tuberculosis Control Programme) আৰু বুকুৰ চিকিৎসালয় (Chest Hospital) নামৰ দুটা বিভাগ আছে আৰু ইয়াত ৰোগী ৰখাৰ বাবে ৫৪ খন বিছনা আছে।

চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে এই চিকিৎসালয়খনত বিকল্প বিজুলী যোগানৰ ব্যৱস্থা নাই।

আনকি কৰ্মচাৰীৰ আৱাস সমূহতো প্ৰাথমিক সা-সুবিধাখিনিৰ অভাৱ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে।

বৰষুণৰ বতৰত পানী জমা হৈ চিকিৎসালয়ৰ সমগ্ৰ চৌহদটো এটা পুখুৰীলৈ পৰিৱৰ্তিত হয়।

আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ধুবুৰীৰ বিধায়ক আৰু চিকিৎসালয় ব্যৱস্থাপনা কমিটীৰ সভাপতি নজৰুল হক, ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, পশ্চিম বিলাসীপাৰাৰ এ আই ইউ ডি এফ ৰ বিধায়ক আৰু ধুবুৰী জিলাৰ বিজেপি সভাপতি উপস্থিত আছিল।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd