• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীৰ ধীৰঘাট বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ১৫খনৰো অধিক দোকান

NE NOW NEWS এন ই নাও নিউজ
ধুবুৰী , March 21, 2018 2:52 pm

1 min read

Fire in dhuburi
81
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাট বজাৰত মঙলবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা ঠিক ১২মান বজাত হঠাত জুইৰ সূত্ৰপাত হৈ সমগ্ৰ বজাৰ জুইৰ লেলিহান শিখাই আৱৰি ধৰাত এক হুৱা দুৱা পৰিৱেশৰ সৃষ্টি হয়।

আমালৈ খবৰ অহা অনুসৰি এই ভয়ংকৰ অগ্নিকাণ্ডত বজাৰৰ প্ৰায় ১৫খনৰো অধিক দোকান ঘৰ জুইত জাহ যায়।

আনহাতে এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সম্পত্তি ক্ষতি হোৱা বুলি আশংকা ব্যক্ত কৰিছে।

উল্লেখ্য যে কিহৰ বাবে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

অৱশ্যে কিছু স্থানীয়লোকৰ ভাষ্য অনুসৰি নিশা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই জুইৰ সূত্ৰপাত হয় আৰু নিমিষতে সমগ্ৰ বজাৰ অঞ্চল আৱৰি ধৰে। যাৰ পৰিণতিত বজাৰ অঞ্চলৰ দোকান ঘৰ ভষ্মীভূত হোৱাৰ লগতে বহু সম্পত্তি বিনষ্ট হয়।

ইফালে চাপৰ থানা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কিহৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd