• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধূলালৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ, সান্ধ্য আইন বাতিল, আৰম্ভ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ

NE NOW NEWS ময়ূখ গোস্বামী
মংগলদৈ , January 12, 2018 7:23 pm

1 min read

ধূলা কাণ্ড

ধূলা কাণ্ড

107
VIEWS
Share on FacebookShare on Twitter

যোৱা ১০ জানুৱাৰিৰ পৰা উত্তপ্ত হৈ থকা দৰং জিলাৰ ধূলালৈ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে। জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এক নিৰ্দেশযোগে আজি ৰাতিপুৱাৰ পৰা অঞ্চলটোৰ সান্ধ্য আইন বাতিল কৰিছে। উল্লেখযোগ্য যে কালিও বিয়লি তিনি ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছিল।

আনহাতে জিলা উপায়ুক্তৰ নিৰ্দেশত তদন্ত চলাই থকা অতিৰিক্ত জিলা দণ্ডাধীশ নৰনাৰায়ণ নাথে আজি পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১-৩০ বজালৈকে ধূলাৰ পূব মংগলদৈ উন্নয়ন খণ্ড চৌহদত ধূলা কাণ্ডৰ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰে।

বিভাগীয় জাননী মতে এই সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অহা ১৬ ৰ পৰা ১৯ জানুৱাৰিলৈকে পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১-৩০ বজালৈকে পৰৱৰ্তী সাক্ষ্য সমূহ গ্ৰহণ কৰা হ’ব। শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ অসমৰ্থ, সাক্ষ্য দানৰ বাবে আগ্ৰহী প্ৰত্যক্ষদৰ্শীয়ে ওপৰত উল্লেখ কৰা স্থান আৰু সময়ত তেওঁলোকৰ সাক্ষ্য দণ্ডাধীশৰ হাতত লিখিতভাৱে জমা দিব পাৰিব।

আজি ধূলাৰ দোকান-পোহাৰ খোলা থাকে।

Recent News

Jadav Payeng

পুৰণিগুদামৰ বিহু তলিত অৰণ্য মানৱ যাদৱ পায়েঙক সম্বৰ্দ্ধনা : ৪ বহাগৰ দিনটোক ‘গছ বিহু’ হিচাবে পালনৰ আহ্বান পায়েঙৰ

Golaghat

বিহুৰ সুযোগ লৈ গোলাঘাটৰ বিপিন ফুকন নগৰত চোৰৰ চাফাই অভিযান

index.jpgm

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd