DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাৰ মালিপাৰাত পথ অৱৰোধ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 15, 2018 5:39 pm
বজলী
77
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাই আজি অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত মালিপাৰাত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। বৰপেটা জিলাৰ সৰ্থেবাৰী, টিহু, পাথশালা আদিৰ পৰা মালিপাৰাক সংযোগী সকলো পথ প্ৰতিবাদী দলটোৱে অৱৰোধ কৰে।

সোমবাৰে গাঁওখনৰ অধয় মালাকাৰ নামৰ এজন ৪৫ বছৰীয়া বিবাহিত লোকে  এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীক বলাৎকাৰ কৰাৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছিল।
আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে পাটছাৰকুচি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। লগতে স্থানীয় ৰাইজ, পৰিয়ালৰ লোক আৰু দক্ষিণ বজালী অঞ্চলিক ছাত্ৰ সন্থাই অপৰাধীক তৎকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ বাবে দাবী জনাইছিল।
ইয়াৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই আছে যদিও বৰ্তমানলৈকে ধৰ্ষণকাৰী অধয় মালাকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰফলত সংগঠনটোৱে আজিৰ পথ অৱৰোধ কাৰ্যসূচীৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হয়।
আজিৰ পথ অৱৰোধ কাৰ্যসূচীটোত প্ৰায় ২০০ প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰে বুলি দক্ষিণ বজালী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু আহমেদে জানিবলৈ দিয়ে।
প্ৰতিবাদস্থলীত বজালী আৰক্ষী বাহিনী আৰু চি আৰ পি এফৰ জোৱান পৰিস্থিতি নিয়ন্ত্ৰিণৰ বাবে উপস্থিত হয়।

Recent News

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd