DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী নেপাল

নকল কৰাত অসুবিধা : নেপালত আৰক্ষীৰ উপস্থিতিতে পৰীক্ষাৰ্থীয়ে ভাঙিলে চি চি টি ভি কেমেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 10:25 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

91
VIEWS
Share on FacebookShare on Twitter

নেপালত পৰীক্ষাৰ্থীয়ে ভাঙিলে চি চি টি ভি (close circuit television) কেমেৰা। চিৰাহাৰ ব্ৰেহ্মেন গৰ্চাৰি পৰীক্ষা কেন্দ্ৰত স্থাপিত কেমেৰা চলিত মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে ভাঙি পেলোৱা বুলি কাঠমাণ্ডু প’স্তে বাতৰি পৰিৱেশন কৰিছে।

পৰীক্ষা কেন্দ্ৰটোৰ মুৰব্বী ৰাজলাল ৰে’ই কোৱা মতে পৰীক্ষাত নকল কৰিব নোৱৰা বাবে পৰীক্ষাৰ্থীসকলে আৰক্ষীৰ সন্মুখতে ৬ টা কেমেৰা ভাঙি আৰু তাঁৰবোৰ ছিঙি পেলায়।

আনহাতে পৰীক্ষা কেন্দ্ৰটোৰ দায়িত্বত থকা আৰক্ষী পৰিদৰ্শক যোগেশ্বৰ ৰাউতে কয় যে কেন্দ্ৰটোৰ মূল প্ৰৱেশদ্বাৰত পৰীক্ষাৰ্থীসকলৰ তালাচী লৈ থকা বাবে তেওঁলোকে চি চি টি ভি কেমেৰা ভঙাৰ কথা পিছতহে গম পায়।

পৰীক্ষাটো নিকাকৈ অনুষ্ঠিত কৰা বাবে ৱাৰ্ড অধ্যক্ষ গণেশ চৌধুৰীয়ে ৬০ হাজাৰ টকা ব্যয় কৰি কেমেৰাসমূহ স্থাপন কৰিছিল।

‘চি চি টি ভি কেমেৰাসমূহ আৰক্ষীৰ সন্মুখতে ভাঙিছিল’ বুলি উল্লেখ কৰি অধ্যক্ষ চৌধুৰীয়ে কয়, ‘পৰীক্ষাবোৰ কিদৰে অনুষ্ঠিত হয় সেই কথা এই ঘটনাই আমাক জানিবলৈ দিলে।’

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd