• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নকল সোণ-ৰূপৰ ব্যৱসায় কৰা প্ৰৱঞ্চকক খাৰুপেটীয়াত গ্ৰেপ্তাৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
March 10, 2018 12:31 pm
KHARUPETIA-FRAUD-570x320
98
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে তালাচী চলাই নকল সোণ-ৰূপৰ ব্যৱসায় কৰা এটা প্ৰৱঞ্চক চক্ৰ উৎখাত কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত খগজানি গাঁৱৰ এজন বাসিন্দা গোলাপ আলীক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা গোলাপ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে নকল সোণ আৰু নকল ৰূপেৰে তৈয়াৰী পদক আৰু পাত্ৰকে ধৰি বৃহৎ পৰিমানৰ সামগ্ৰী উদ্ধাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত গৰাকীক কৰা জেৰাত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চক চক্ৰটোৰ আন সদস্যসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে।

তদুপৰি, দৰং জিলাৰ বিভিন্ন প্ৰান্তত ব্যৱসায় চলাই থকা প্ৰৱঞ্চক চক্ৰটোৰ বিষয়ে বিশদ তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

নকল সোণ-ৰূপৰ জৰিয়তে মানুহক প্ৰলোভন দি ঠগ-প্ৰৱঞ্চনা কৰি অহা প্ৰৱঞ্চকৰ চক্ৰ গোটেই ৰাজ্যখনতে বিয়পি থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

 

 

Recent News

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

অভিনেত্ৰী আলিয়া ভাটক লৈ বিত্তীয় প্ৰতাৰণা! অভিনেত্ৰীগৰাকীৰ নকল চহী ব্যৱহাৰ কৰি লুটিলে লাখ লাখ টকা!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

য়েমেনত ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ডত স্থগিতাদেশ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd