DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও আৰক্ষীয়ে গুৱাহাটীত ছুপাৰ বাছৰ পৰা গ্ৰেপ্তাৰ কৰিলে চাৰিজন মণিপুৰী চোৰাং চিকাৰীক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 9:38 pm
fe5ff24d-b7cc-4fca-b12b-19ebc1f35990
90
VIEWS
Share on FacebookShare on Twitter

এটা গোপন সূত্ৰৰ পম খেদি আজি নগাঁও আৰক্ষীয়ে চাৰিজনকৈ চোৰাং চিকাৰীক ধৰি বৃহৎ সাফল্য লাভ কৰিছে। উল্লেখ্য যে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধিৰ নেতৃত্বত যোৱা জখলাবন্ধা আৰু নগাঁও আৰক্ষীৰ দলটোৱে গুৱহাটীৰ আই এছ বি টি-ৰ পৰা মণিপুৰ অভিমুখী এ এচ ০১ ডিডি ৯৫৯৬ নম্বৰৰ ছুপাৰ বাছত অভিযান চলাই তিনিজন চোৰাং চিকাৰী আৰু গুৱাহাটীত চোৰাং চিকাৰী কেইজনক আশ্ৰয় দিয়া এজনৰ সৈতে মুঠ চাৰিজনক গঁড় হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।00c0b55f-4ae8-4625-9747-f4d82b8c56c0

যোৰাবাট আৰক্ষী থানাৰ সন্মুখৰ পৰা গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীকেইজন মণিপুৰ চুৰচানপুৰ জিলাৰ ক্ৰমে বুকপী গাঁৱৰ জেমচ্ লিয়ানখান মুং(২৪) আৰু জেমচ্ লোন(৩০), নিউ লামকা গাঁৱৰ বিয়াকলাল(২৫) বুলি চিনাক্ত কৰা হৈছে। আনহাতে তিনিওজন চোৰাং চিকাৰীক গুৱাহাটীত আশ্ৰয় দিয়া লিয়ানখান চুৱাং(৪৬)কো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে।

আনহাতে আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা দুটা AK 47 আৰু ৩০০ জাঁই সক্ৰিয় গুলী জব্দ কৰিবলৈ সক্ষম হয়।

 

উল্লেখ্য যে যোৱা ১১ মে’ত কাজিৰঙাৰ বুঢ়াপাহাৰত গঁড় হত্যা কৰি খড়্গ কাটি লৈ যোৱা ঘটনাত জড়িত আছিল মণিপুৰৰ এই চোৰাং চিকাৰীৰ দলটো।

মন কৰিবলগীয়া যে চোৰাং চিকাৰীকেইজনক গুৱাহাটীত আশ্ৰয় দিয়া লিয়ানখান চুৱাং ভাৰতীয় সেনাবাহিনীৰ আৰ টি ৰেজিমেণ্টৰ অৱসৰপ্ৰাপ্ত জোৱান। ২০১৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰি গুৱাহাটীৰ নাৰেঙ্গীৰ সাতগাঁৱত ভাৰাঘৰত তেওঁ পৰিয়ালসহ বসবাস কৰিছিল।

আনহাতে চোৰাং চিকাৰীৰ দলটোৰ দুটা চিকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি খড়্গটো লৈ পলায়ন কৰিবলৈ সক্ষম হয়। পলায়ন কৰা চিকাৰীকেইটাৰ বিৰুদ্ধে বৰ্তমান নগাঁও তথা জখলাবন্ধা আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে।

Recent News

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

গুৱাহাটী মহানগৰীত দুটাকৈ মন্দিৰ লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই

Dibyajyoti Saikia

একৈশ বছৰ পুৰণি গোচৰত ঐতিহাসিক ৰায় আদালতৰ: সন্তুষ্টি প্ৰকাশ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ

Kapil Sibal quit Congress

কংগ্ৰেছৰ পৰা পদত্যাগ জেষ্ঠ নেতা কপিল ছিবালৰ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্য সভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd