DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও চহৰত বনকৰা যুৱতীৰ সন্ত্ৰাস : গৃহস্থক সংজ্ঞাহীন কৰি লুটি নিলে সৰ্বস্ব

মিন্টূ দাস by মিন্টূ দাস
June 3, 2018 9:06 am
drama-as-housemaid-beats-her-boss-to-a-pulp-in-lagos-before-stealing-her-money-and-property

প্ৰতিনিধিত্বমূলক ফটো

266
VIEWS
Share on FacebookShare on Twitter

নগাঁও চহৰৰ মাজমজিয়াত বনকৰা যুৱতীয়ে সন্ত্ৰাস চলাৱোৰ ঘটনা এটা সংঘটিত হৈছে। গৃহস্থক সংজ্ঞাহীন কৰি সৰ্বস্ব লুটি নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শুকুৰবাৰে নিশা নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টিৰ বিমলা বৰা পথৰ ৰাফেল আহমেদৰ ঘৰত এই ঘটনা সংঘটিত হয়।

জিলাখনৰে জুৰীয়া অঞ্চলৰ ৰেজিয়া নামৰ বনকৰা যুৱতীগৰাকীয়ে ৰাফেল আহমেদৰ ঘৰৰ ছগৰাকী সদস্যক খাদ্যত বিষ মিহলাই সেৱনেৰে সংজ্ঞাহীন কৰি ঘৰৰ সকলো সা-সম্পত্তি লৈ যায়।

আনকি বনকৰা যুৱতীগৰাকীয়ে ঘৰৰ কুকুৰটোকো সংজ্ঞাহীন কৰিছিল। অসুস্থ ব্যক্তি কেইগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও বহু সময়লৈকে সংজ্ঞাহীন হৈ আছিল। বৰ্তমান তেওঁলোকে কিছু সম্বিৎ ঘূৰাই পাইছে।

কিন্তু তেওঁলোক চিকিৎসালয়ত থকা হেতুকে ঘৰৰ পৰা কি কি সম্পত্তি লৈ বনকৰা ছোৱালীজনী উধাও হ’ল তেওঁলোকে একো ক’ব পৰা নাই।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বনকৰা ছোৱালীজনীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

human rights of truck drivers

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

Eknath Shinde camp donates: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ একনাথ সিন্দেৰ নেতৃত্বৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক শিৱিৰৰ ৫১ লাখ টকা

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd