DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ কামপুৰত যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 11:02 pm
পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত যোৰহাটত আটাছুৰ অৱস্থান ধৰ্মঘট
110
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নগাঁও জিলাৰ কামপুৰৰ কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছ সমিতিয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু গৌৰৱ স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত প্ৰতিষ্ঠানক গতাব খোজা হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি নগাঁও জিলাৰ কচুৱা তিনিআলিত কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে সমদল উলিয়াই ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী গ’বেক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ কচুৱা অঞ্চলৰ আকাশ বতাই কঁপাই তোলে। কঠিয়াতলী ব্ল’ক যুৱ কংগ্ৰেছৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে এই কার্যসূচীত অংশ গ্ৰহণ কৰে।

সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ কাজিৰঙাকে প্ৰমুখ্য কৰি শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল, ৰংঘৰ, কাৰেংঘৰ আদিক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ ওলোৱাটো অসমীয়া জাতীয় স্বাভিমানৰ প্ৰতি চৰম অপমান বুলি যুৱ কংগ্ৰেছৰ দলটোৱে উল্লেখ কৰে। আনহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এই সিদ্ধান্ত বাতিলৰ দাবী জনাই।

Recent News

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd