DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত আৰক্ষীয়ে ১৮ টা কেঁকো সাপৰ লগতে ৩ জন চোৰাংচিকাৰীক আটক কৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2018 9:09 pm
চোৰাংচিকাৰী
120
VIEWS
Share on FacebookShare on Twitter

নগাঁও আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ৰ অধীনত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰ আধাৰত নগাঁৱৰ চেপানলাত অভিযান চলাই বিক্ৰীৰ বাবে ৰখা ১৮ টা কেঁকো সাপ তিনিজনীয়া এটা চোৰাংচিকাৰী দলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে আৰক্ষীয়ে এই কেঁকো সাপৰ ব্যৱসায়ৰ লগত জড়িত তিনিজন চোৰাংচিকাৰীকো আটক কৰে। আটকাধীন লোক কেইজনক ক্ৰমে সৌৰভ গায়ন, নিপেন গগৈ আৰু বিপ্লৱ বৰা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

মন কৰিব লগীয়া যে আটকাধীন চোৰাংচিকাৰীকেইজনে উক্ত কেঁকো সাপ কেইটা বিক্ৰীৰ বাবে এনেদেৰে ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে আৰক্ষীয়ে উক্ত কেঁকো সাপ কেইটা নিজৰ জিন্মাত ৰাখিছে যদিও ইয়াৰে এটা কেঁকো সাপ মৃত্যুৰ মুখত পৰে।

ইফালে নগাঁও আৰক্ষীয়ে বন্যপ্ৰাণী বিভাগক এই সম্পৰ্কত যোগাযোগ কৰিছে যাতে উক্ত কেঁকো সাপ কেইটাক সুৰক্ষিতভাৱে বনাঞ্চলত মুকলি কৰিব পাৰে।

পূৰ্বতেও নগাঁও আৰক্ষীয়ে বন্যপ্ৰাণী চোৰাংচিকাৰীৰ পৰা ৫৩ টাকৈ কেঁকো সাপ উদ্ধাৰ কৰিছিল যাৰ মূল্য প্ৰায় ১০ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছিল।

Recent News

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd